নামঃ অপৰাজিতা নীলা

ইংৰাজী নামঃ Butterfly pea (Blue)

বৈজ্ঞানিক নামঃ Clitoria Ternatea

বৰ্ণনাঃ গাঢ় নীলা ৰঙৰ ফুল, কিন্তু তলৰ ফালে (আৰু ভিতৰত) বগা, কেতিয়াবা কিছু হালধীয়া আভা যুক্ত হয়।

ঔষধি গুণঃ শূল নামৰ বেমাৰত নীলা অপৰাজিতা মূল আধা তোলা, চেনি, মৌ আৰু গৰুৰ ঘিউ মিহলাই সেৱন কৰিলে ৰোগৰ উপশম ঘটে। অপৰাজিতাৰ মূলৰ ছালৰ ৰস শূল ৰোগত উপকাৰী। এক তোলা ওজনৰ ৰস সেৱন কৰিলে ভাল ফল পোৱা যায়।

( অপূৰ্ব কাকতি ) 




Post ID: DABP001388