ঔটেঙা




নামঃ ঔটেঙা

ইংৰাজী নামঃ Elephant apple

বৈজ্ঞানিক নামঃ Dillenia indica

বৰ্ণনাঃ ঔটেঙাৰ বৈজ্ঞানিক নাম 'Dillenia Indica'। ইয়াক সংস্কৃতত 'অৱৰ্তকী', ইংৰাজীত 'Elephant apple', হিন্দীত 'চালতা' আৰু নেপালীত 'ৰামফল' নামেৰে জনা যায়। ভাৰতীয় তথা অসমীয়া খাদ্য সংস্কৃতিত ঔটেঙাৰ এক বিশেষ স্থান আছে। ইয়াক প্ৰধানকৈ দাইল বা তৰকাৰীত আনুসংগিক উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয়। ঔটেঙা হৈছে এক চিৰসেউজীয়া ডাঙৰ আকাৰৰ জোপোহা উদ্ভিদ।ঔটেঙা উদ্ভিদক ইংৰাজীত Elephant Apple আৰু হিন্দীত Chulta বুলি কোৱা হয়।

ঔষধি গুণঃ

খোৱাৰ পদ্ধতিঃ 


Name: Otenga


English Name: Elephant apple


Scientific Name: Dillenia indica


Description: The scientific name of Otenga is 'Dillenia Indica'. It is known as 'Avartaki' in Sanskrit, 'Elephant apple' in English, 'Chalta' in Hindi and 'Ramphal' in Nepali. Otenga has a special place in Indian and Assamese food culture. It is mainly used as a relevant ingredient in pulses or curry. Otenga is an evergreen large-sized bush plant. Otenga plant is called Elephant Apple in English and Chulta in Hindi.


Medicinal properties:


Method of eating: 




Post Id: DABP001403