Lesson 7
পাঠ ৭

  Frogs at School  
বিদ্যালয়ত ভেকুলী


These are some of the things that Aman and Ria like
to do. Let's read:
ইয়াত কিছুমান বস্তু উল্লেখ কৰা আছে যিতো আমাৰি আৰু ৰিয়াই কৰি ভাল পাই। আহা পঢ়ো:

I like to draw pictures
মই চিত্ৰ অংকন কৰি ভাল পাঁও।

I like to solve crossword puzzles.
মই শব্দ শৃংখল সমাধান কৰি ভাল পাঁও।

I like listening to stories.
মই গল্প শুনি ভাল পাঁও।

I like to go to school on time.
মই সময়ত বিদ্যালয়ত যায় ভাল পাঁও।

I like to do my homework after school.
মই বিদ্যালয়ৰ পাছত মোৰ প্ৰস্তুতিমূলক কার্য্য কৰি ভাল পাঁও।

I like to study and play too.
মই পঢ়ি আৰু খেলি ভাল পাঁও।

What about poems?
আৰু কবিতা  বিষয় কি?

I like to recite them. Let’s recite this one……
মই গাই ভাল পাঁও। আহা গাঁও......


--------------------------------------------------------
Let’s recite the poem:
আহা গাঁও এই কবিতাটি:

   Frogs at School   
বিদ্যালয়ত ভেকুলী

Twenty froggies went to school
বিছতা ভেকুলী বিদ্যালয়ত গৈছিল।
Down beside a rush pool;
তলৰ সৰু নলখালৰ পুখুৰীৰ কাষেৰে;
Twenty little coats of green
বিছতা সৰু সেউজীয়া কোটচোলা
Twenty vests all white and clean.
বিছতা গেঞ্জি বগা আৰু পৰিষ্কাৰ।


“We must be in time,” said they.
“আমি সময়ত থাকিব লাগিব,” সিহঁতে ক’লে।
“First we must study, then we play;
“প্রথমে আমি পঢ়িব লাগিব, তাৰ পিছত খেলিম;
That is how we keep the rule,
সেইদৰে আমি নিয়ম ৰাখো,
When we froggies go to school.”
যেতিয়া আমি ভেকুলীবোৰ বিদ্যালয়ৰলৈ যাঁও।“
George Cooper
জর্জ কুপাৰ


ACTIVITIES 

1. a) Put a tick (✓) on the correct answer:  
শুদ্ধ উত্তৰত টিক  () বহোৱা:.

i. Forty froggies went to school. 
চল্লিশটা ভেকুলি বিদ্যালয়ত গৈছিল।

ii. Twenty froggies went to school. 
বিছতা ভেকুলি বিদ্যালয়ত গৈছিল।

iii. Thirty froggies went to school. 
ত্রিশতা ভেকুলি বিদ্যালয়ত গৈছিল।

iv. The vests of twenty froggies were all green and clean. 
বিছতা ভেকুলিৰ গেঞ্জি সেউজীয়া আৰু পৰিষ্কাৰ।

v. The vests of twenty froggies were all white and clean. 
বিছতা ভেকুলিৰ গেঞ্জি বগা আৰু পৰিষ্কাৰ।

vi. The vests of twenty froggies were all red and clean. 
বিছতা ভেকুলিৰ গেঞ্জি ৰঙা আৰু পৰিষ্কাৰ।


1. b) Fill in the blanks with the appropriate words from the brackets: 
খালী ঠাই পূর্ণ কৰা ব্রেকেটত থকা সঠিক শব্দ ব্যৱহাৰ কৰি:

i. The school is down beside a rushy (dirty/rushy) pool.  
বিদ্যালয়খন তলৰ খৰু পুখুৰী নলখালৰ কাষত।

ii. The froggies wear green (white/green) coats. 
ভেকুলীবোৰ খেউজীয়া কোটচোলা পিন্ধা।

iii. Froggies go (run/go) to school. 
ভেকুলীবোৰ বিদ্যালয়ৰলৈ যায়।

iv. The poem is written by George Cooper. (George Cooper/George Cowper). 
কবিতাটো লিখিছে জর্জ কুপাৰে।


2. a) Draw lines to match the rhyming words: 
লাইন আকি অন্ত্যানুপ্রাসযুক্ত মিলোৱা:

rule নিয়ম                   clean পৰিষ্কাৰ
green সেউজীয়া          they সিঁহত
play খেলা     pool পুখুৰী

Answer
Rule - pool
Green - clean
Play - they


b) Read the poem. Find another word which rhymes with the words 'rule' and 'pool'. 
কবিতাটি পঢ়া। ‘ৰুল’ আৰু ‘পুল’ শব্দকেইটাৰ লগত ধ্বনিৰ মিল যোৱা শব্দ এটা লিখা।
rule নিয়ম pool পুখুৰী school বিদ্যালয়

Frame a sentence with the new word: নতুন শব্দটো ব্যৱহাৰ কৰি এটি বাক্য বনোৱা:

I like to go school.  মই বিদ্যালয়ত যায় ভাল পাঁও।


3. Let's learn some new words from the poem: 
আহা কবিতাটিৰ পৰা নতুন শব্দ কেইটামান পঢ়ো:

Rush খৰখেদা  - quick movement towards something  কোনো প্রকাৰৰ প্রতি সোনকালে চলাচল হোৱা।
Pool পুখুৰী - a small area of still water পানী থকা সৰু ঠাই।


4. Arrange the letters to make words: 
আখৰ কেইটা সজাই শব্দ বনোৱাঃ
Utsdy - study পঢ়া
Wetynt  - twenty বিছ
Aelcn - clean পৰিষ্কাৰ
Titlle - little সামান্য
Seiggfro - froggies ভেকুলীবোৰ
Hoscol - school বিদ্যালয়


5. Write two other words which mean the same as 'little'. 
আৰু দুটা শব্দ লিখা ‍যাৰ অর্থ ‘সামান্য’ লগত একে হয়।

Little  সামান্য small সৰু tiny  ক্ষুদ্র

Now, frame sentences with each of the words: 
এতিয়া বাক্য বনোৱা এই কেইটা শব্দ ব্যৱহাৰ কৰিঃ

A little is better than none. 
একো নথকাকে সামান্য থকাটো উত্তম।

Raju is a small boy. 
ৰাজু এটা সৰু ল’ৰা।

Meghna voice was tiny and quiet. 
মেঘ্না মাতটো ক্ষুদ্র আৰু  শান্ত।


6. Rewrite the words given in the table using 'ies'. One is done for you: 
তলত থকা শব্দ কেইটা পুনৰ লিখা ‘ies’ ব্যৱহাৰ কৰি:

One               More than (এটাতকে বেছি)

Baby কেঁচুৱা babies
Story কাহিনী stories
Fairy পৰী fairies
Berry বেৰি berries
Cherryচেৰি      cherries


7. Read the two conversations between Ria and her mother:
তলত থকা ৰিয়া আৰু তাইৰ মাকৰ কথা-বার্তা খিনি পঢ়াঃ

6 p.m.
a)
1) Have you finished your homework?
  তুমি তোমাৰ হোমওয়ার্ক খিনি শেষ কৰিলা নে?

2) No, ma. Let me sleep a little.
নাই কৰা মা, মোক অলপ টোপনি মাৰিব দিয়া।
7.30 p.m ৭.৩০
3) Have you finished it? It is late. 
৩) আপুনি শেষ কৰিলেনে? দেৰি হৈছে।

4) Why do it today? I’ll do it tomorrow.
আজি কিয় কৰিম? কালি কৰিম

5) Ria, you should do your work on time. 
ৰিয়া, তুমি তোমাৰ কাম সময়ত কৰিব লাগে।

b)
6 p.m. ৬ টা

1) Have you finished your homework?  
১) আপুনি আপোনাৰ হোমৱৰ্ক শেষ কৰিলেনে?

2) Almost ma. প্রায় হৈছে মা।

7.30 p.m. ৭.৩০

3) I’ve finished it ma. 
মই শেষ কৰিলো মা।

4) Very good Ria. Now you can do anything you like. 
ভাল ৰিয়া, এতিয়া তুমি যি বিচৰা  কৰিব পৰা।


c) How do you like to do your work? Later or right away? Talk to your friend and write the way you like to do your work. (Activity based question)
তুমি তোমাৰ কামবোৰ কেনেদৰে কৰি ভাল পোৱা? এতিয়া নে পাছত? এতিয়া তোমাৰ ব্ন্ধু / বান্ধবী লগত কথা পাতা আৰু কোৱা তুমি কেনেদৰে কাম কৰি ভাল পোৱা। ( ক্রিয়াকলাপ প্রশ্ন)


8) Read: পঢ়া

It is a quarter to six in the morning. Aman and Ria are busy. They are going to Dibrugarh with their mother to attend a wedding. Their father can't go with them. Aman, Ria and their mother arrive at the bus station at half past seven. The whole place is full of people. Crowds of people are rushing to
catch their buses. Aman, Ria and their mother are waiting for their bus. The bus arrives at a quarter to eight. Aman, Ria and their mother get into the bus. Ria takes the window seat. They wait for the bus to leave. Their bus starts to move exactly at nine.

এতিয়া ৰাতিপুৱা ৬ টা বাজিছে। অমান আৰু ৰিয়া ব্যস্ত আছে। সিঁহত মাকৰ লগত ডিব্রুগড়লৈ যায় এখন বিবাহত উপস্থিত হবলৈ গৈছিল। সিঁহতৰ দেউতা সিঁহতৰ লগত যাৱ নোৱাৰিলে। অমান, ৰিয়া আৰু সিঁহতৰ মাক সাড়ে সাতটাত বাস ষ্টেশ্যনত উপস্থিত হৈছিল। গোটেই ঠাইখিনি জন-সমষ্টিৰে পূর্ণ। বাস ধৰিব মানুহৰ ভিৰ লাগিছে। অমান, ৰিয়া আৰু সিঁহতৰ মাক বাসৰলৈ অপেক্ষা কৰি আছে।
বাস আহিছে ৮ টাত। অমান, ৰিয়া আৰু সিঁহতৰ মাক  বাসত উঠিলে। ৰিয়াই খিৰিকী কাষৰ আসন ল’লে। সিঁহত বাস যোৱালৈ ৰৈ আছে। সিঁহতৰ বাস গৈছে কাঁটাই কাঁটাই ৯ টাত।


9. Look at the clocks given below. Choose and write the correct option from the box. One is done for you.
তলত থকা ঘড়ি কেইটা চোৱা। নির্বাচন কৰা আৰু শুদ্ধ বাছনি কৰা । এটা তোমাৰ কাৰনে কৰা আছে।

quarter to six ছয়টা লৈ quarter past three পৌনে তিনটা half past eleven সাড়ে এঘাৰটা

Answer:
half past eleven  সাড়ে এঘাৰটা
quarter past three পৌনে তিনটা
quarter to six ছয়টা লৈ



10. Write short answers: উত্তৰ লিখা

a) Where are Aman, Ria and their mother going? 
অমান, ৰিয়া আৰু সিঁহতৰ মাক  ক’ত গৈছিল?

b) Why are they going to Dibrugarh? 
সিঁহত ডিব্রুগড়লৈ কিয় গৈছিল ?

c) What time do they arrive at the station? 
সিঁহতে ষ্টেশ্যনত কেইটাত উপস্থিত হৈছিল?

d) At what time does the bus arrive? 
বাস কেইটাত উপস্থিত হৈছিল?

e ) When does the bus start to move? 
বাস কেইটাত যাৱ উলাইছিল?

Answer:
a) Aman, Ria and their mother going to Dibrugarh. অমান, ৰিয়া আৰু সিঁহতৰ মাক ডিব্রুগড়লৈ গৈছিল।

b) They are going to Dibrugarh to attend a wedding. সিঁহত ডিব্রুগড়ত এখন বিবাহত উপস্থিত হবলৈ গৈছিল।

c) Aman, Ria, and their mother arrive at the bus station at half past seven. 
অমান, ৰিয়া আৰু সিঁহতৰ মাক সাড়ে সাতটাত বাস ষ্টেশ্যনত উপস্থিত হৈছিল।

d) The bus arrives at a quarter to eight. 
বাছ আহিছে ৮ টাত।

e) Their bus starts to move exactly at nine. 
সিঁহতৰ বাস গৈছে কাঁটাই কাঁটাই ৯ টাত।


11. Aman and Ria's father couldn't go to Dibrugarh. So, he wrote a letter to his uncle. Let's read this letter:

অমান আৰু ৰিয়াৰ দেউতাক ডিব্রুগড়লৈ যাৱ নোৱাৰিলে। সেইবাৱে তেঁও মামাৰলৈ চিঠি এখন লেখিল। অহা এই চিঠি খন পঢ়ো:

Rupnagar  
10.9.2019  
Dear Dada

How are you? I am sorry I had to miss Robin's wedding. There is just too much work at the office. I hope the wedding goes off well. My blessings to Robin and his bride. Please convey my best wishes to the newlyweds and my regards to Bou.
With love,
Diganta.

ৰুপনাগৰ     
১০.৯.২০১৯ 
মৰমৰ দাদা
আপোনাৰ খবৰ কেনেকোৱা? মোক ক্ষমা কৰিব মই ৰবিনৰ বিয়াত যাব নোৱাৰিলো। কার্য্যালয়ত বহুত কাম আছে। আশা কৰিছো বিয়াখন ভাল দৰে যায়। মোৰ আশীর্বাদ আছে ৰবিন আৰু তাৰ কইনা লৈ। অনুগ্রহ কৰি মোৰ শুভেচ্ছা নতুন দৰা-কন্যাক দিবা আৰু বৌ লৈ মোৰ শ্রদ্ধা জনাবা।
তোমাৰ মৰমৰ,
দিগন্ত.


12. After Ria came back, she wrote a letter to her friend. But some of the words in her letter are missing. Choose the words from the box and complete the letter. Remember to begin each sentence with a capital letter:

ৰিয়া অহাৰ পিছত, তাই এখন চিঠি লিখিল তাইৰ বান্ধৱীলৈ। কিন্তু চিঠিখনত কিছুমান শব্দ অনুপস্থিত আছে। বাকচৰ পৰা শব্দ নির্বাচন কৰি চিঠিখন সম্পূর্ণ কৰা। মনত ৰাখিবা বাক্য আৰম্ভত বৰ ফলাৰ আখৰত লিখিবা:

convey  সংবাদ    how কেনেকৈ with love dear মৰমৰ

Mohan Bari  
24.9.2019   
Dear Bornali

How are you? Hope you are fine. There will be an art competition in M.G. L.P. School on the tenth of next month at 10 a.m. Let us take part in the competition. We should reach there by 9 a .m. Please be on time.
Do convey my regards to Uncle and Aunty.
With love
Ria

মোহানবাৰি   
২৪.৯.২০১৯  
মৰমৰ বর্নালী
তোমাৰ খবৰ কেনেকোৱা? আশা কৰিছো তুমি ভালেৰে আছা। এম.জি.এল. পি বিদ্যালয়ত অহা মাহৰ দহ তাৰিখে ৰাতিপোৱা ১০ টা বাজত কলা প্রতিযোগিতা আছে। অহা অমি এই প্রতিযোগিতাত অংখ  গ্রহন কৰো। আমি তাত ৰাতিপোৱা ৯ টাত গৈ পাম। অনুগ্রহ কৰি সময়ত আহিবা।
মোৰ সংবাদ জনাবা খুৰা খুৰীলৈ।
তোমাৰ মৰমৰ
ৰিয়া


13. Think and say:  বিচাৰ কৰা আৰু কোৱা:

I am usually made of paper. 
মই সাধাৰণতে কাগ‍জৰে বনোৱা।

I carry your words day and night. 
মই আপোনাৰ শব্দ দিনে ৰাতি কঢ়িয়াই লৈ যাঁও।

You close me up with glue. 
আপুনি মোক আঠাৰে বন্ধ কৰে।

You put a stamp on me too! 
আপুনি মোৰ ওপৰত  ডাক-টিকট লগাই দিয়ে।

I am an: envelope  
মই হয় লেফাফা।


14. Read what Aman and Ria did after getting down from the bus: 
পঢ়া এতিয়া অমান আৰু ৰিয়াই বাসৰ পৰা নামাৰ পাছত কি কৰিলে: 

First Ria and Aman got down from the bus. Next, they collected their luggage. Then they booked an autorickshaw from the autorickshaw stand. They got up onto the autorickshaw. And finally they reached their uncle's home.

(পথমে ৰিয়া আৰু অমানে বাসৰ পৰা নামিলে। তাৰপাছত সিহঁতে নিজৰ মোনা সংগ্রহ কৰিলে। তাৰপিছত সিহঁতে এখন অট'ৰিক্সা বুক কৰিলে অট'ৰিক্সা স্ট্যাণ্ড পৰা। সিহঁতে অট'ৰিক্সাত উঠিলে। আৰু অৱশেষত সিহঁতে সিহঁতৰ মামা ঘৰত গৈ পালে।)


15. Make new words. Write the new word. 
নতুন শব্দ বনোৱা। নতুন শব্দটো লিখা।

Post

office card man

Post office ডাকঘৰ Postcard ডাক পখিলী Postman পোস্ট মাস্টৰ



16. Read these sentences: এই বাক্যবোৰ পঢ়া:

Aman and Ria were busy. অমান আৰু ৰিয়া ব্যস্ত আছে।

It was half past seven when they reached the station. 
যেতিয়া সিহঁতে ষ্টেশ্যন পাইছিল তেতিয়া সাড়ে সাতটা হৈছিল।

My mother was not well, so I could not go with you. 
মোৰ মাৰ গা ভাল নাছিল, সেইকাৰণে মই তোমাৰ লগত যাব নোৱাৰিলো।

Now, fill in the letters in the word below to know what these underlined words are called. 
এতিয়া তলত থকা আখৰে শব্দটো সম্পূর্ণ কৰা, আৰু অৱগত হোৱা এই আঁচ টানা শব্দবোৰক কি কয়।

Words that join two sentences are called conjunctions.
যিটো শব্দই দুটা বাক্য জোৰা লগাই, তাক সংযোগমূলক অব্যয় বুলি কয়।


17. Join the sentences using the words from the box. One is done for you: তলত থকা শব্দ কেইটাই বাক্য বোৰ জোৰা লগোৱা। এটা তোমাৰ কাৰণে কৰা আছে:

and আৰু but কিন্তু yet তথাপি either তদুপৰি or অথৱা

a) i) Aman went to Dibrugarh. 
        অমান ডিব্রুগড় লৈ গৈছিল।

    ii) Ria went to Dibrugarh.
        ৰিয়া ডিব্রুগড় লৈ গৈছিল।

         Aman and Ria went to Dibrugarh. 
        অমান আৰু ৰিয়া ডিব্রুগড় লৈ গৈছিল।

b) i) Ria can't sing. 
        ৰিয়াই গান গাৱ নাজানে।

    ii) Ria loves singing.
        ৰিয়াই গাই ভাল পাই।

       Ria can't sing, but she loves singing. 
        ৰিয়াই গান গাৱ নাজানে কিন্তু গাই ভাল পাই।

c) i) Ria worked hard.
        ৰিয়াই কঠিন কাম কৰিছিল।

    ii) Ria did not get a prize. 
         ৰিয়াই পুৰস্কাৰ নাপালে।

       Ria worked hard yet she did not get a prize.  
      ৰিয়াই কঠিন কাম কৰিছিল তথাপিও পুৰস্কাৰ নাপালে।

d) i) Aman may go to Dibrugarh.    
        অমান ডিব্রুগড়ত যাৱ পাৰে।

    ii) Aman may go to Jorhat.
        অমান যোৰহাট যাৱ পাৰে।

     Aman either may go to Dibrugarh or Jorhat.
     অমান ডিব্রুগড়ত অথবা যোৰহাট যাৱ পাৰে।


18. Answer the following to complete the diary entry of Ria. One is done for you:  ৰিয়াৰ দিনলিপি খন সম্পূর্ণ কৰিবলৈ উত্তৰ দিয়া। এটা তোমাৰ কাৰণে কৰা আছে:

a) When did Ria go to  I went to Dibrugarh with my Dibrugarh and with whom? brother and mother.
ৰিয়াই কোনদিনা ডিব্রুগড়লৈ গৈছিল আৰু কাৰ লগত? ৰিয়াই তাইৰ ভায়েক আৰু মাকৰ লগত ডিব্রুগড়লৈ গৈছিল।

b) Why did she go there?        She go there to attend a wedding.
তাই তাত কিয় গৈছিল? তাই তাত এখন বিবাহত উপস্থিত হবলৈ গৈছিল।

c) What was she waiting for and with whom?    She was waiting for her bus with her mother and brother.
তাই কিহৰ কাৰণে ৰখি আছিল আৰু কাৰ লগত? তাই ভায়েক আৰু মাকৰ লগত বাসৰলৈ অপেক্ষা কৰি আছিল

d) Which seat did she take?      She took windows seat.
কোন স্থানত তাই বহিছিল?    তাই খিৰিকী ওচৰৰ স্থানত বহিছিল।


19. Let's read this passage: অহা এই ৰচনাটো পঢ়ো:

It is 8:30 in the evening. The large crowd of wedding guests is still there. Aman' s cousin is wearing a light green shirt. Ria is wearing a very nice dress. She is wearing a red frock. Aman and Ria's mother- is very happy. She meets many of her old friends. She sings beautiful marriage songs with her friends.

Now, underline the describing words in the passage. Count the words and write the number:   6  

সন্ধ্যা ৮.৩০ বাজিছে। বিয়াত অহা আলহীৰ ডাঙৰ ভিৰ লাগি আছে। অমানৰ দাদাই পাতল সেউজীয়া শার্ট পিন্ধিছে। ৰিয়াই ধুনীয়া পোশাক পিন্ধিছে। তাই ৰঙা ফ্রক এটা পিন্ধিছে। অমান আৰু ৰিয়াৰ মাক বহুত সুখী হৈছে। তাই বহুত পুৰণি বান্ধবীকো লগ পাইছে। তাই বান্ধৱীবোৰৰ লগত ধুনীয়া বিয়াৰ গান গাইছে।
এতিয়া ৰচনাটোত বর্ণনা কৰা শব্দ তলত আঁচ দিয়া। এতিয়া শব্দ কেইতা হিচাপ কৰা আৰু ইয়াত লিখা সংখ্যাটো: ৬


20. Read the following instructions and complete the task: 
তলত থকা আদেশ খিনি পঢ়া আৰু কার্য্য খিনি সম্পূর্ণ কৰা: (ক্রিয়াকলাপ প্রশ্ন)

Take a pencil.
পেঞ্চিল এটা লৈ যাওক।

Start from the box where Runima is sitting.
ৰুনিমা বহি থকা বাকচটোৰ পৰা আৰম্ভ কৰক।

Draw a flower to her left and a tree to her right.
তাইৰ বাওঁফালে এটা ফুল আৰু সোঁফালে এজোপা গছ আঁকিব।

Go back to Runima. Draw a pen in the box above her and a fruit in the box below her.
ৰুনিমালৈ উভতি যাওক। তাইৰ ওপৰৰ বাকচটোত এটা কলম আৰু তাইৰ তলৰ বাকচটোত এটা ফল আঁকিব।

Go to the box with a tree. Draw a pencil ~n the box below it.
গছ এজোপা থকা বাকচটোৰ ওচৰলৈ যাওক। এটা পেঞ্চিল ~তাৰ তলৰ বাকচটোত আঁকিব।

Go to the box with the tree and draw a book in the box above it.
গছজোপা থকা বাকচটোৰ ওচৰলৈ গৈ তাৰ ওপৰৰ বাকচটোত এখন কিতাপ আঁকিব।

Go to the box with the flower and draw a sharpener in the box above it.
ফুল থকা বাকচটোৰ ওচৰলৈ গৈ তাৰ ওপৰৰ বাকচটোত এটা শ্বাৰপেনাৰ আঁকিব।

Now, go to the box with the fruit and draw a bottle in the box beside it.
এতিয়া, ফলটো থকা বাকচটোৰ ওচৰলৈ গৈ কাষৰ বাকচটোত এটা বটল আঁকিব।


Last Update by Dipawali Bora (08.05.2022)


Post Id: DABP001308