নামঃ  কুজিথেকেৰা

ইংৰাজী নামঃ Indian Gamboge tree

বৈজ্ঞানিক নামঃ Garcinia morella Desv

বৰ্ণনাঃ কুজিথেকেৰা টেঙাজাতীয় ফল। ইয়াৰ কেইবাবিধো আছে। বৰথেকেৰা, ৰূপহী থেকেৰা অন্যতম। টেঙা থেকেৰাবোৰ কেঁচাতেই কাটি মানুহে শুকান কৰি বহু দিনলৈ ৰাখি খাব পাৰি।



Post ID: DABP001416