কালমেঘ


Andrographis paniculata 


নামঃ কালমেঘ/ কল্পতিতা  

ইংৰাজী নামঃ King of  Bitter

বৈজ্ঞানিক নামঃ Andrographis paniculata

বৰ্ণনাঃ কালমেঘ বা কল্পতিতা এবিধ একবৰ্ষীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Andrographis paniculata Nees আৰু ই Acanthaceae গোত্ৰৰ। ইয়াৰ পাত বল্লমাকাৰ সকলো মাটিতে হয় যদিও বালিচহীয়া মাটি কালমেঘৰ বাবে উপযোগী। কালমেঘ এক ফুটৰ পৰা তিনি ফুটলৈ ওখ হয়। ইয়াৰ বৈজ্ঞানিক নাম এণ্ড্ৰোগ্ৰাফিছ পেনিকুলাটা | 

ঔষধি গুণঃ 
যকৃতৰ সক্ৰিয়তাৱ বৃদ্ধিৰ ক্ষেত্ৰত কালমেঘৰ পাত উপকাৰী। শিশুৰ পেট ফুলিলেও কালমেঘৰ পাতৰ ৰস খুৱালে পেট ফুলা কমে।


খোৱাৰ পদ্ধতিঃ






Post Id: DABP001414