নামঃ অৰহৰ, ৰহৰ

ইংৰাজী নামঃ Pigeon pea

বৈজ্ঞানিক নামঃ cajanus acjan (Linn.) Mill.

বৰ্ণনাঃ অৰহৰক প্ৰধানকৈ খাদ্য শস্যৰ বাবে ব্যৱহৃত দাইল বুলি কোৱা হয়। অৰহৰ গছ জোপা থিয় আৰু জোপোহা। ইয়াৰ প্ৰজাতি অনুসৰি ই হ্ৰস্বম্যাদী আৰু বাৰ্ষিক দুয়ো প্ৰকাৰৰ হ'ব পাৰে। অতি ঘন ডালৰ সৈতে, গছ জোপাৰ উচ্চতা প্ৰায় ১-২ মিটাৰ লৈকে হ'ব পাৰে আৰু ইয়াৰ কাণ্ডটো প্ৰায় ১৫ চেমি হ'ব পাৰে 


( অপূৰ্ব কাকতি ) 






Post ID: DABP001389