কোটকোৰা 


Spiny apple



নামঃ কোটকোৰা

ইংৰাজী নামঃ  Spiny apple

বৈজ্ঞানিক নামঃ  Vangueria spinosa Roxb. 

বৰ্ণনাঃ সাধাৰণতে পুৰঠ ফলবোৰ বাঁহৰ শলাত চিলাই ৰ'দ পৰা কিন্তু বৰষুণ নপৰাকৈ ভঁৰাল ঘৰৰ বেৰত খুচি থৈ শুকাবলৈ দিয়া হয়। কোটকৰাৰ ফল, কাণ্ড, পাত আদিত যথেষ্ট ঔষধি গুণ আছে। কোটকৰৰ বৈজ্ঞানিক নাম মিয়েনা স্পিনোছা আৰু ই ৰাবিয়েচি গোত্ৰৰ উদ্ভিদ। ৰাজীৱ প্ৰসাদ শইকীয়া, দৈনিক অসম। ইয়াৰ বৈজ্ঞানিক নাম  Vangueria spinosa Roxb. । ৰজাৰ চাউদাঙে জয়মতী কুঁৱৰীক জেৰেঙা পথাৰৰ এজোপা কোটকৰা গছত বান্ধি, গাত চোৰাত পাত লগাই, চেঁচা পানী ঢালি, গৰম লোহা লগাই তিলতিলকৈ শাস্তি দিছিল। গ্ৰীস্ম কালত পত্ৰকক্ষত সৰু থোপাত বা অকলশৰীয়াকৈ ফুল ফুলে। ফুল বগা সেউজীয়া। ফুলাৰ পিছত গোলকাৰ, প্ৰায় পাঁচ চেন্টিমিটাৰ ব্যাসৰ ফল ধৰে। সাধাৰণতে পুৰঠ ফলবোৰ বাঁহৰ শলাত চিলাই ৰ’দ পৰা কিন্তু বৰষুণ নপৰাকৈ ভঁৰাল ঘৰৰ বেৰত খুচি থৈ শুকাবলৈ দিয়া হয়।

ঔষধি গুণঃ

খোৱাৰ পদ্ধতিঃ



(অপূৰ্ব কাকতি)




Post Id: DABP001421