নামঃ তংলতি
ইংৰাজী নামঃ Agapana
বৈজ্ঞানিক নাম ঃ Callicarpa marophylla
বৰ্ণনাঃ তংলতি বিহুত খোৱা এশ এবিধ শাকৰ এবিধ৷ গৰু বিহুৰ দিনা গোহালিত আৰু পদুলিত জাগ দিবলৈ দীঘলতি, শুকলতি আৰু অন্য গছৰ পাতৰ লগতে টংলতিৰ পাতো ব্যৱহাৰ কৰা হয়৷ এই গছৰ ঔষধীয় গুণ আছে। ইয়াৰ পাত সিজাই পানীখিনি খাব পাৰি৷ তংলতিৰ উল্লেখ বহুতো ঢুলীয়া ওঝাৰ গীততো শুনিবলৈ পোৱা যায়
( অপূৰ্ব কাকতি )
Post ID: DABP001457
0 Comments