নামঃ তংলতি

ইংৰাজী নামঃ Agapana

বৈজ্ঞানিক নাম ঃ Callicarpa marophylla

বৰ্ণনাঃ তংলতি বিহুত খোৱা এশ এবিধ শাকৰ এবিধ৷ গৰু বিহুৰ দিনা গোহালিত আৰু পদুলিত জাগ দিবলৈ দীঘলতি, শুকলতি আৰু অন্য গছৰ পাতৰ লগতে টংলতিৰ পাতো ব্যৱহাৰ কৰা হয়৷ এই গছৰ ঔষধীয় গুণ আছে। ইয়াৰ পাত সিজাই পানীখিনি খাব পাৰি৷ তংলতিৰ উল্লেখ বহুতো ঢুলীয়া ওঝাৰ গীততো শুনিবলৈ পোৱা যায়


( অপূৰ্ব কাকতি ) 



Post ID: DABP001457