সৰু মানিমুনি


নামঃ মানিমুনি ( সৰু ) 

ইংৰাজী নামঃ Andem 

বৈজ্ঞানিক নামঃ Hydrocotyle sibthorpiodes

ঔষধি গুণঃ 

খোৱাৰ পদ্ধতিঃ

বৰ্ণনাঃ ঔষধ হিচাবে সৰু মানিমুনি বিধ অধিক ব্যৱহাৰ হয় আৰু ইয়াৰ গুণাগুণো ডাঙৰ মানিমুনি বিধতকৈ বেছি। সাধাৰণতে মানিমুনি শাকৰ পাতহে ব্যৱহাৰ কৰা হয়। মানিমুনি শাক গছৰ সকলো অংশই দৰৱ হিচাবে ব্যৱহাৰ কৰিব পাৰি। দৰৱত লগালে পাতবোৰ শুকুৱাই লোৱা হয়।


Create: Apurba Kakati

Photo: Puspa Kakati



Post ID: DABP001549