নামঃ মানিমুনি ( বৰ ) 

ইংৰাজী নামঃ Andem pennywort

বৈজ্ঞানিক নামঃ Centella asiatica

ঔষধি গুণঃ 

খোৱাৰ পদ্ধতিঃ

বৰ্ণনাঃ বৰ−মানিমুনি হৈছে এপিয়াচিয়া (apiaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ বহুবৰ্ষজীৱি সপুষ্পক ওষধি উদ্ভিদ। ইয়াৰ সাধাৰণ নামসমূহ হৈছে ইণ্ডিয়ান পেনীৱৰ্ট , এছিয়েটিক পেনীৱৰ্ট বা গটুকলা বা ঠানকুনি  ইত্যাদি।




Post ID: DABP001550