নামঃ বগা বাহক

ইংৰাজী নামঃ Basaka plant

বৈজ্ঞানিক নামঃ Adhatoda zeylanica

বৰ্ণনাঃ জাষ্টিকা আধাট'ডা, সাধাৰণতে অসমীয়াত বগা বাহক নামে জনাজাত এই চিৰসেউজীয়া আৰু জোপোহা সপুষ্পক উদ্ভিদজোপা হৈছে একপ্ৰকাৰৰ ঔষধীয় উদ্ভিদ। ই এছিয়াৰ এক থলুৱা উদ্ভিদ। সিদ্ধ চিকিৎসা, আয়ুৰ্বেদ, হোমিঅপেথি আৰু য়ুনানী চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা হয়। ই তিতাফুল বা ৰঙা বাহকৰ পৰিয়ালৰ উদ্ভিদ।


( অপূৰ্ব কাকতি ) 



Post ID: DABP001497