Biswanath বিশ্বনাথ 

Join Our Facebook Group

Join Our Telegram Group

বিশ্বনাথ জিলাঃ  অসমৰ মূখ্য়মন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ২৫ আগষ্ট তাৰিখে ২০১৫ চনত বিশ্বনাথ জিলা স্থাপন কৰা ঘোষণা কৰি দিছিল।


বিশ্বনাথ জিলাৰ উৎপত্তিৰ কাৰণঃ বশিষ্ঠ নামৰ ঋষি এজনে এই অঞ্চলটিত এখন তীৰ্থস্থান প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু এই অঞ্চলটি কাশীৰ দৰে কৰিব বিচাৰিছিল। তাৰ পাছত এককোটি শিৱলিংগ প্ৰতিষ্ঠা কৰিম বুলি কোৱাৰ পিছত মাত্ৰ এটা শিৱলিংগও প্ৰতিষ্ঠা কৰিব পৰা নহ'ল। যাৰ কাৰণে পিছলৈ কাশীৰ সলনি গুপ্তকাশী লৈ পৰিণত হৈছিল। পিছত আকৌ এই ঠাইখনে বিশ্বনাথ হিচাপে খ্যাতি অৰ্জন কৰিব পাৰিছিল।


বিশ্বনাথ জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে অৰুণাচল প্ৰদেশ অন্তৰ্গত, দক্ষিণ নগাওঁ আৰু গোলাঘাট জিলা অৱস্থিত, পূৱে লখিমপুৰ জিলা আৰু পশ্চিমে তেজপুৰ জিলা অৱস্থিত।


বিশ্বনাথ জিলাৰ সদৰ ঠাইঃ এই জিলাৰ সদৰ স্থান হৈছে বিস্বনাথ চাৰিআলি।


বিশ্বনাথ জিলাৰ প্ৰধান নদীঃ এই জিলাৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ।


বিশ্বনাথ জিলাৰ উপনদীঃ এই জিলাৰ উপনদী বিলাকৰ নাম হৈছে- বৰাং, বুঢ়ীগাং, ঘিলাধাৰী, বালিজান আৰু বুৰৈ।


বিশ্বনাথ জিলাৰ বনাঞ্চলঃ এই জিলাত গহপুৰ আৰু বিহালী দুখন সংৰক্ষিত বনা়্চল অন্তৰ্গত।


বিশ্বনাথ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত ৰে'লপথ আৰু স্থলপথৰ সু-ব্য়ৱস্থা আছে।


বিশ্বনাথ ৰাষ্ট্ৰীয় পথঃ এই জিলাৰ পূবা-পশ্চিমাকৈ মাজেৰে ৫২ নং ৰাষ্ট্ৰীয় পথ পাৰ হৈ গৈছে।


বিশ্বনাথ জিলাৰ ৰে'ল ষ্টেছনসমূহঃ হেলেম , চতিয়া, ডুবিয়া, মোনাবাৰী, গহপুৰ ইত্য়াদিয়ে ইত্য়াদিয়ে এই জিলাৰ ৰে'ল ষ্টেছন।


বিশ্বনাথ জিলাৰ অন্য়ান্য়ঃ এই জিলাত এখন কৃষি মহাবিদ্য়ালয় অন্তৰ্গত। এই ঠাইতে দেশৰ স্বাধীনতা বিচাৰি যুঁজি যুঁজি কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হৈছিল। ইয়াত অন্তৰ্গত মোনাবাৰী চাহ বাগিচা এচিয়াৰ ভিতৰতে সবাতোকৈ ডাঙৰ চাহ বাগিচা। এই অ়ঞ্চলতে অধিকতকৈ অধিক আলুখেতি উৎপাদন কৰা হয়।


বিশ্বনাথ জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নামঃ

১) বিশ্বনাথ।

২) গঢ়পুৰ।

৩) হেলেম।

৪) ন-দুৱাৰ ।