নামঃ শুকলতি

ইংৰাজী নামঃ Patchouli

বৈজ্ঞানিক নামঃ Pogostemon benghalensis

ঔষধি গুণঃ 

খোৱাৰ পদ্ধতিঃ

বৰ্ণনাঃ শুকলতি পাত অসমীয়া সমাজৰ এক পৰিচিত খাদ্য। বিশেষকৈ গ্ৰাম্য অঞ্চলত ঘৰে ঘৰে শুকলতিৰ গছ পোৱা যায়। শুকলতিৰ পাত আৰু মাছৰ জোল বহুলোকৰে প্ৰিয়। ইয়াৰ বাহিৰেও শুকলতি পাত ভাজি, পাতত দি, কেঁচা ৰসো খাব পাৰি।

  



Post ID: DABP001588