ডিমৰু


Fig tree


নামঃ ডিমৰু

ইংৰাজী নামঃ Fig tree

বৈজ্ঞানিক নামঃ Ficus glomerata 

বৰ্ণনাঃ প্ৰতিদিনে ৰাতিপুৱা ২-৩ টা ভাল শুকান ডিমৰু খাই ২৫০ মিলিলিটাৰ মিছিৰি মিহলোৱা (গুড়ি কৰি) গাখীৰ খাওক। ই অতি শক্তিবৰ্ধক। নিয়মিতভাৱে ২-৩ সপ্তাহ খালে বিশেষ উপকাৰ অনুভৱ কৰিব। ই বৃদ্ধসকলৰ বাবে এবিধ পুষ্টিকৰ আহাৰ।

ঔষধি গুণঃ ডিমৰু ফল খালে তেজ পৰিষ্কাৰ হয়, শৌচ খোলোচা হয়। ই পিত্তনাশক আৰু যিকোনো ধৰণৰ অৱসাদ দূৰ কৰে। টোপনি টোপনি ভাব দূৰ কৰে। তেজ বঢ়ায়, কফ বাহিৰ কৰি দিয়ে, শৰীৰৰ ৰঙেই সলনি কৰি দিয়ে। গাৰ বল শক্তি বঢ়ায়। এই খিনিতে উল্লেখ কৰিব পাৰি যে মহাত্মা গান্ধীয়ে ডিমৰু বৰ পছন্দ কৰিছিল। ই হাঁপানি আৰু যক্ষ্মাৰ প্ৰতিৰোধক।

খোৱাৰ পদ্ধতিঃ




(অপূৰ্ব কাকতি)   




Post ID: DABP001446