নামঃ  পনিয়ল

ইংৰাজী নামঃ Bokoto plum

বৈজ্ঞানিক নামঃ Flacourita jangomas

বৰ্ণনাঃ পনিয়ল ফলটো সৰু গোলাকাৰ আকৃতিৰ হয়। গছজোপা কাঁইটীয়া আৰু জোপোহা৷ পাতবিলাক সৰু সৰু আৰু সেউজীয়া ৰঙৰ। পনিয়ল অসমৰ এক প্ৰিয় ফল। কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে ৰঙচুৱা হয়৷ ফলবিধ খোৱাৰ আগতে মোহাৰি খালে সোৱাদলগা হয়।


( অপূৰ্ব কাকতি )  



Post ID: DABP001482