নামঃ ব্ৰাক্ষ্মী

ইংৰাজী নামঃ Brahmi/a kind of medicinal spinach

বৈজ্ঞানিক নামঃ Bacopa monnieri

ঔষধি গুণঃ

খোৱাৰ পদ্ধতি

বৰ্ণনাঃ শাকত ভিতৰত ব্ৰাহ্মী শাক এবিধ প্ৰসিদ্ধ শাক। ই যিকোনো ঠাইতে হ’ব পাৰে। চেচুকীয়া ঠাইত বেছিকৈ বিস্তাৰ হয়। ইয়াৰ পাতবোৰ সৰু সৰু। ফুলবোৰ বগা আৰু ঈষৎ নীল বৰণীয়া। এইবিধ শাক তিতা। ব্ৰাহ্মী শাকৰ শিপা, পাত আদি সকলো অংশই দৰৱত লগোৱা হয়।


( অপূৰ্ব কাকতি )  



Post ID: DABP001511