নামঃ বেঙেনা 

ইংৰাজী নামঃ Brinjal

বৈজ্ঞানিক নামঃ Solanum melongena

ঔষধি গুণঃ

খোৱাৰ পদ্ধতিঃ

বৰ্ণনাঃ বেঙেনা এবিধ ৰান্ধি খোৱা পাচলি। উদ্ভিদ বিদ্যাৰ দৃষ্টিৰে ই আলু আৰু বিলাহীৰ সৈতে একে জাতৰ। প্ৰাগৈতিহাসিক কালৰে পৰা পূব আৰু দক্ষিণ এছিয়াত বেঙেনাৰ খেতি কৰি অহা হৈছে। ৫৪৪ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হোৱা চীনা কৃষি গ্ৰন্থ 'কিমিন য়াউচা'ত লিপিবদ্ধ বেঙেনাৰ লেখাই হ'ল লিখিত ৰূপত পোৱা এই উদ্ভিদৰ প্ৰথম লিখিত তথ্য।


( অপূৰ্ব কাকতি )  




Post ID: DABP001518