নামঃ মালভোগ শাক / মালভোগ খুতৰা 

ইংৰাজী নামঃ Common purselane

বৈজ্ঞানিক নামঃ Portulaca oleracea

ঔষধি গুণঃ 

খোৱাৰ পদ্ধতি ঃ

বৰ্ণনাঃ মালভোগ শাক দুৰ্দান্ত প্ৰাণশক্তি সম্পন্ন এই উদ্ভিদৰ শিপা ২৫ বছৰলৈকে জীয়াই থাকে। বৰষুণ বা পানী পালেই ই লহপহকৈ ঠন ধৰি উঠে। ইয়াৰ পাতত ভিটামিন, আইৰণ, মিনাৰেল্চ, প্ৰটিন, কেলচিয়াম ভৰপূৰ পোৱা যায়।



Post ID: DABP001547