নামঃ মালভোগ শাক / মালভোগ খুতৰা
ইংৰাজী নামঃ Common purselane
বৈজ্ঞানিক নামঃ Portulaca oleracea
ঔষধি গুণঃ
খোৱাৰ পদ্ধতি ঃ
বৰ্ণনাঃ মালভোগ শাক দুৰ্দান্ত প্ৰাণশক্তি সম্পন্ন এই উদ্ভিদৰ শিপা ২৫ বছৰলৈকে জীয়াই থাকে। বৰষুণ বা পানী পালেই ই লহপহকৈ ঠন ধৰি উঠে। ইয়াৰ পাতত ভিটামিন, আইৰণ, মিনাৰেল্চ, প্ৰটিন, কেলচিয়াম ভৰপূৰ পোৱা যায়।
Post ID: DABP001547