নামঃ তিয়ঁহ 

ইংৰাজী নামঃ Cucumber

বৈজ্ঞানিক নামঃ Cucumis sativus 

ঔষধি গুণঃ তিয়ঁহশৰীৰৰ খাৰ অম্লৰ ভাৰসাম্য ৰক্ষা কৰা উৎকৃষ্ট খাদ্য। টিয়ঁহ নিয়মিত খালে প্ৰস্ৰাৱৰ গতিবেগৰ ভাৰসাম্য ৰক্ষা হয়। তিয়ঁহ কেচাঁয়ে খালে হজম শক্তি বাঢ়ে আৰু শৰীৰৰ অপ্ৰয়োজনীয় দৈহিক ওজন কমায়।


( অপূৰ্ব কাকতি ) 



Post ID: DABP001460