নামঃ ভেবেলী -লতা 

ইংৰাজী নামঃ Deer's foot 

বৈজ্ঞানিক নামঃ Convolvulus arvensis 

ঔষধি গুণঃ

খোৱাৰ পদ্ধতি ঃ

বৰ্ণনাঃ হাবি-জংঘলত এইবিধ লতা গছ-গছনিত বগাই বিস্তাৰিত হৈ থকা দেখা যায়। ইয়াৰ পাত মোহাৰিলেই দুৰ্গন্ধ বাহিৰ হয়। সেয়েহে ইয়াক চিনা অতি সহজ। কোনো কোনো ঠাইত ভেবেলী লতা বুলিও অভিহিত।




Post ID: DABP001521