নামঃ ভেবেলী -লতা
ইংৰাজী নামঃ Deer's foot
বৈজ্ঞানিক নামঃ Convolvulus arvensis
ঔষধি গুণঃ
খোৱাৰ পদ্ধতি ঃ
বৰ্ণনাঃ হাবি-জংঘলত এইবিধ লতা গছ-গছনিত বগাই বিস্তাৰিত হৈ থকা দেখা যায়। ইয়াৰ পাত মোহাৰিলেই দুৰ্গন্ধ বাহিৰ হয়। সেয়েহে ইয়াক চিনা অতি সহজ। কোনো কোনো ঠাইত ভেবেলী লতা বুলিও অভিহিত।
Post ID: DABP001521