ধেমাজী জিলাঃ ধেমাজী হৈছে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অন্তৰ্গত এখন জিলা। এই জিলাখন হৈছে অসমৰ ৩৩ খন জিলাৰ ভিতৰত এখন প্ৰশাসনিক জিলা।
ধেমাজী জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ দেউৰীসকলৰ শব্দ 'দেমাজীৰ' পৰা ধেমাজীৰ উৎপত্তি হোৱা বুলি কোৱা হয়।
ধেমাজী জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে অৰুণাচল প্ৰদেশ অন্তৰ্গত, পূবে তিনিচুকীয়া জিলা আৰু অৰুণাচল প্ৰদেশ অৱস্থিত, দক্ষিণে ডিব্ৰুগড় জিলা আৰু পশ্চিম লখিমপুৰ জিলা অন্তৰ্গত।
ধেমাজী জিলৰা মহকুমাঃ এই জিলাৰ মহকুমা দুটা হৈছে জোনাই আৰু ধেমাজী।
ধেমাজী জিলাৰ জনসংখ্য়াঃ ৬,৮৮,০৭৭ জনসংখ্য়া ২০১১ চনৰ লোকপিয়ল অনুসৰি।
ধেমাজী জিলাৰ প্ৰধান নদীঃ এই জিলাৰ একমাত্ৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ।
ধেমাজী জিলাৰ মাটিকালিঃ এই জিলাৰ ৩,২৩৭ বৰ্গ কিল'মিটাৰ মাটিকালি।
ধেমাজী জিলাৰ প্ৰধান বিলঃ ধেমাজী জিলাৰ প্ৰধান বিলসমূহ হৈছে- পাভমাৰী, বেতভঁৰাল, কাণীবিল, ৰৌমাৰী ইত্য়াদি।
ধেমাজী জিলাৰ ধৰ্মঃ এই জিলাত বেছিভাগ হিন্দু ধৰ্মৰ লোকেই বসবাস কৰি আছে। সীমিত পৰিমাণে ধেমাজী জিলাত খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ লোকো বাস কৰি থকা বুলি জনা যায়।
ধেমাজী জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ