নামঃ নহৰু শাক 

ইংৰাজী নামঃ Garlic greens

বৈজ্ঞানিক নামঃ Allium sativum

ঔষধি গুণঃ নহৰুৰ ঔষধি গুণ -

 ১) ১ ফোটা নহৰু লগত ১/২ কাপ কুহুমীয়া পানী আৰু ১/২ চামুচ হালধি গুড়ি নিতৌ দুবাৰকৈ খালে উচ্চ ৰক্তচাপ, হৃদৰোগ, এথেৰস্কেলৰচিচ,উচ্চ ৰক্তত কলেষ্টৰল পৰা উপশম পায়। 

২) ২ ফোটা নহৰু বা নহৰুৰ ৰস নিতৌ দুবাৰ মধুমেহ হোৱা ৰোগীয়ে খোৱাটো আৱশ্যক।

বৰ্ণনাঃ নহৰুত অষ্ট্রোজেনিক হৰম'ন থাকে আৰু মাতৃৰ দুগ্ধ নিঃসৰণত সহায় কৰে। সেইবাবে প্ৰসৱৰ পাছতেই মাতৃয়ে নিয়মিতভাৱে নহৰু খাব লাগে যাতে মাতৃয়ে নিজৰ শিশুক স্তনৰ গাখীৰ খুৱাব পাৰে। নহৰু প্রকৃততে বীজাণুনাশক খাদ্য নহৰুৱে অন্ত্ৰ আৰু পাকস্থলীৰ পৰা গেছ বাহিৰ উলিয়াই দিয়ে।

( অপূৰ্ব কাকতি ) 


Post Id: DABP001471