নামঃ মৰিছা শাক / ডাঠা / ৰঙা মৰিছা 

ইংৰাজী নামঃ Indian spinach ( Red ) 

বৈজ্ঞানিক নামঃ Amaranthus hybridus 

ঔষধি গুণঃ মৰিছা শাক ভিটামিন B কমপ্লেক্স শ্ৰেণীৰ ভিটামিনৰ এক উৎকৃষ্ট উৎস। ইয়াক নিয়মিত ভাৱে ৰান্ধি খালে ভিটামিন B কমপ্লেক্স শ্ৰেণীৰ ভিটামিনৰ অভাৱত হব পৰা ৰোগসমূহ নহয়। ই কেলছিয়াম(Calcium)ৰ আন এক উৎকৃষ্ট উৎস। ইয়াক নিয়মিতভাৱে খালে হাড়ৰ গঠন মজবুত হয়। 

খোৱাৰ পদ্ধতি ঃ

বৰ্ণনাঃ



Post ID: DABP001543