নামঃ মৰিছা শাক / ডাঠা / ৰঙা মৰিছা
ইংৰাজী নামঃ Indian spinach ( Red )
বৈজ্ঞানিক নামঃ Amaranthus hybridus
ঔষধি গুণঃ মৰিছা শাক ভিটামিন B কমপ্লেক্স শ্ৰেণীৰ ভিটামিনৰ এক উৎকৃষ্ট উৎস। ইয়াক নিয়মিত ভাৱে ৰান্ধি খালে ভিটামিন B কমপ্লেক্স শ্ৰেণীৰ ভিটামিনৰ অভাৱত হব পৰা ৰোগসমূহ নহয়। ই কেলছিয়াম(Calcium)ৰ আন এক উৎকৃষ্ট উৎস। ইয়াক নিয়মিতভাৱে খালে হাড়ৰ গঠন মজবুত হয়।
খোৱাৰ পদ্ধতি ঃ
বৰ্ণনাঃ
Post ID: DABP001543
0 Comments