নামঃ মানধনিয়া/ নগা ধনিয়া / কাঁটামছলা 

ইংৰাজী নামঃ  Long coriander 

বৈজ্ঞানিক নামঃ Eryngium foetidum

ঔষধি গুণঃ 

খোৱাৰ পদ্ধতিঃ

বৰ্ণনাঃ মানধনিয়া 'Apiaceae' পৰিয়ালৰ অন্তৰ্ভুক্ত উদ্ভিদ। মানধনিয়া স্বাস্থ্য সম্পৰ্কীয় লাভালাভেৰে সমৃদ্ধিশালী মচলাজাতীয় ভেষজ। মান ধনিয়া মূলতঃ ক্ৰান্তীয় আমেৰিকা আৰু ৱেষ্টইণ্ডিজৰ স্থানীয়।



Post ID: DABP001548