বাহক তিতা (Bahaka Tita Ful)
বাহক ফুল (Bahak Ful) |
নামঃ বাহক তিতা
ইংৰাজী নামঃ Malabar nut
বৈজ্ঞানিক নামঃ Adhatoda vasica
খোৱাৰ পদ্ধতিঃ মাছৰ লগত আঞ্জা বনাই খোৱা হয়।
বৰ্ণনাঃ এই ফুল বিধ ৰঙা ৰংৰৰ হয়। সোৱাদ তিতা আৰু খাদ্য হিচাপে গ্ৰহন কৰিব পাৰে। অসমৰ সকলো ঠাইতে এইবিধ ফুল পোৱা যায়।
কেইখন মান ফটো
Create: Apurba Kakati
Photo: Puspa Kakati
Post ID: DABP001498