বাহক তিতা (Bahaka Tita Ful)

Bahaka Tita বাহক তিতা বাহাকা তিতা
বাহক ফুল (Bahak Ful)

নামঃ বাহক তিতা

ইংৰাজী নামঃ Malabar nut 

বৈজ্ঞানিক নামঃ Adhatoda vasica

খোৱাৰ পদ্ধতিঃ মাছৰ লগত আঞ্জা বনাই খোৱা হয়।

বৰ্ণনাঃ এই ফুল বিধ ৰঙা ৰংৰৰ হয়। সোৱাদ তিতা আৰু খাদ্য হিচাপে গ্ৰহন কৰিব পাৰে। অসমৰ সকলো ঠাইতে এইবিধ ফুল পোৱা যায়। 


কেইখন মান ফটো

ৰঙা বাহাকা ফুল

বাহক তিতা



Create: Apurba Kakati

Photo: Puspa Kakati



Post ID: DABP001498