নামঃ নিমপাত 

ইংৰাজী নামঃ Margosa leaves

বৈজ্ঞানিক নামঃ Azadirachat indica 

ঔষধি গুণঃ

১) নিমৰ পাত খালে কৃ্মি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি বুলি কোৱা হয়। 

২) নিমপাতে বসন্ত ৰোগ প্রতিৰোধ কৰিব পাৰে বুলি কোৱা হয়। 

৩) বহুতো চিকিৎসকৰ মতে নিমৰ কোমল পাতৰ গুড়ি ৫ গ্রাম গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অন্যান্য ৰোগ প্রতিৰোধ হয়।


( অপূৰ্ব কাকতি ) 


Post ID: DABP001472