নামঃ দোৰোণ

ইংৰাজী নামঃ Mither wort

বৈজ্ঞানিক নাম ঃ 

ঔষধি গুণঃ দোৰোণ ফুলৰ পাতৰ ৰসৰ স্থানিক প্ৰয়োগত হোমাৰ বেদনা আৰোগ্য হয়। মেলেৰিয়া জ্বৰ, তিয়াজ্বৰ, পালজ্বৰ, যকৃত প্লীহা বৃদ্ধি হোৱা জ্বৰতো দোৰোণ ফুল অতি উপকাৰী। দোৰোণ ফুলৰ কেঁচা ৰস এক তোলা, জালুকৰ গুড়ি এক অনা মিহলাই নিয়মিত ব্যৱহাৰ কৰিলে উক্ত জ্বৰৰ উপশম ঘটে আৰু শৰীৰৰ সুস্থতা আনে।


( অপূৰ্ব কাকতি ) 



Post ID: DABP001462