নামঃ শেৱালি

ইংৰাজী নামঃ Night-flowering Jasmine

বৈজ্ঞানিক নামঃ Nyctanthes arbor-tristis

ঔষধি গুণঃ 

খোৱাৰ পদ্ধতিঃ 

বৰ্ণনাঃ প্ৰকৃততে ইও এবিধ শিশিগন্ধা জাতীয় ফুল। শেৱালি শব্দই অৱশ্যে ইয়াৰ ফুলৰ লগতে গছজোপাকো সামৰি লয়। মন কৰিবলগীয়া যে ইয়াৰ ফুল আৰু পাত খোৱাৰ উপযোগী আৰু উভয়েই ঔষধি গুণসম্পন্নও। ইয়াৰ ফল কেঁচাই খোৱাৰ লগতে ৰদত শুকুৱাই লৈ সংৰক্ষিত অৱস্থাত বহুদিনলৈ ৰাখি সময়ত ভাজি বা তৰকাৰী কৰি খাব পাৰি।

  



Post ID: DABP001584