অমিতা

অমিতা Papaya


নাম ঃ অমিতা

ইংৰাজী নাম ঃ Papaya

বৈজ্ঞানিক নাম ঃ Carica papaya

ঔষধি গুণঃ অমিতা খালে কোষ্ঠ্য়কাঠিন্য় দূৰ হয় ।অমিতা খালে ৰোগ-পতিৰোধ ক্ষমতা বৃদ্ধি পায় ।অমিতাত ভিটামিন চি আৰু ভিটামিন এ প্ৰচুৰ পৰিমানে পোৱা যায় । অমিতাই শৰীৰত ৰ্চবী জমা হোৱাত বাধা দিয়ে ।অমিতা খালে পাচনতন্ত্ৰ শক্তি বৃদ্ধি পায় । 

খোৱাৰ পদ্ধতি ঃ অমিতা ফল আৰু পাচলি দুয়ো প্ৰকাৰে খোৱা হয় । কেঁচা অমিতা আলুৰ লগত আন্জা খাব পাৰি ।

বৰ্ণনাঃ অমিতা এবিধ সৰল ৰ্বগীয় উদ্ভিদ ।