নামঃ তিতাফুল 

ইংৰাজী নামঃ 

বৈজ্ঞানিক নামঃ Phlogocanthus thyrsiflorus 

বৰ্ণনাঃ তিতাফুল হৈছে এবিধ সপুষ্পক উদ্ভিদ। ইয়াৰ অন্য নাম বাহক (ৰঙা)। ওখ প্ৰায় ১০-১২ ফুট মান হয়। পাত ডাঙৰ আৰু আগবোৰ জোঙা, জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ফুল ফুলে।

ঔষধি গুণঃ

১)ইয়াৰ স্বৰস মৌৰ লগত মিহলাই সেৱন কৰিলে ৰোগ নিৰাময় হয়।

২)ইয়াৰ পাত বটি ৰস উলিয়াই মৌৰ লগত মিহলাই তিনিবাৰকৈ একাপ পৰিমাণত খুৱাই এই ৰোগ নিৰাময় হয়। 

৩)তিনিমাহ ধৰি ছাঁত শুকুৱাই লোৱা বাহাকাৰ পাত গুড়ি কৰি এচামুচ পৰিমাণত লৈ আধাচামুচ মৌৰ লগত মিহলাই চেলেকি খাই থাকিলে লাগে।




( অপূৰ্ব কাকতি ) 



Post ID: DABP001454