নামঃ নেফাফু

ইংৰাজী নামঃ Pressur Plant

বৈজ্ঞানিক নামঃ Clerodendrum colebrookianum

বৰ্ণনাঃ নেফাফু এবিধ লেমীয়াছী (Lamiaceae) পৰিয়ালৰ বহু বৰ্ষজীৱি ঔষধী উদ্ভিদ। নেফাফু গছৰ পাত উচ্চ ৰক্তচাপ (hypertension), মধুমেহ (diabetes), কাহ, আৰু বিভিন্ন বাতবিষ জাতীয় ৰোগৰ (rheumatism) বাবে উপকাৰী।


( অপূৰ্ব কাকতি )  



Post ID: DABP001473