নামঃ মাটিকাঁদুৰি / মাটিকান্দুৰী / নেওঠনী / কুকুৰা ঠেঙা

ইংৰাজী নামঃ Recaba

বৈজ্ঞানিক নামঃ Alternanthera Sessillis

ঔষধি গুণঃ 

খোৱাৰ পদ্ধতিঃ

বৰ্ণনাঃ নেওঠনী,- কপাহ পেৰি পেৰি গুটি গুচোৱা পদ্ধতিটোক নেওঠনী বুলি কোৱা হয়। এই পৰম্পৰা অসমীয়াৰ অতি প্ৰচীন। নেওঠনীৰ সহায়ত কপাহৰ গুটি আৰু আঁহ পৃথক পৃথক কৰিব পাৰি। তাহানি অসমীয়াৰ ঘৰে ঘৰে এইবিধ নেওঠনী আছিল।




Post ID: DABP001557