নামঃ ৰঙালাও/মিঠালাও (পাতআৰুঠাৰি শুংযক্ত ) 

ইংৰাজী নামঃ Red Pumpkin

বৈজ্ঞানিক নামঃ Cucurbita maxima

ঔষধি গুণঃ মিঠালাও বা ৰঙালাওৰ আছে বহু গুণ। পুষ্টিগুণেৰে ভৰা এই পাচলিয়ে দেহৰ ৰোগ প্রতিৰোধ কৰে। ইয়াত থকা ভিটামিন-এ চকুক কর্নিয়াৰ পৰা ৰক্ষা কৰি থাকে। মিঠালাওত ভিটামিন-এ, বি-কমপ্লেক্স, চি, ই, পটাচিয়াম, মেগনেচিয়াম, আয়ৰন, জিংক, ফ্লেভনয়েড পলি-ফেনলিক, এন্টিঅক্সিডেণ্ট উপাদানসমূহ যেনে লিউটিন, জেনথিন আৰু বহুতো উপাদান আছে। 

খোৱাৰ পদ্ধতি ঃ

বৰ্ণনাঃ




Post ID: DABP001565