নামঃ মিঠাআলু / গৰিয়া আলু / ৰঙা আলু 

ইংৰাজী নামঃ Sweet potato

বৈজ্ঞানিক নামঃ Ipomoea batatus / pachirzns angulatus 

ঔষধি গুণঃ 

খোৱাৰ পদ্ধতিঃ

বৰ্ণনাঃ মিঠা আলু আমাৰ সকলোৰে পৰিচিত খাদ্য। এই আলুবিধ খাবলৈ মিঠা হয় বাবেই ইয়াক মিঠা আলু বুলি কয়। সাধাৰণতে মিঠাআলু সিজাই অথবা পুৰি খোৱা হয়। মিঠা আলুৱে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।



Post ID: DABP001539