নামঃ তেতেলি

ইংৰাজী নামঃ Tamarind tree 

বৈজ্ঞানিক নামঃ Tarmarindus indica

ঔষধি গুণঃ শৰীৰৰ গুৰুত্বপূর্ণ অঙ্গসমূহৰ কর্মক্ষমতা বঢ়াবলৈ তেঁতেলিলৰ মহিমা অপাৰ। ইয়াত আছে এন্টি-ইনফ্লেমেটৰি উপাদান যিয়ে দেহৰ প্রদাহ কমাই বিভিন্ন ৰোগ দূৰত ৰাখে। দৃষ্টিশক্তি, ছাল বা শাৰীৰিক নানা সমস্যাত এই ফলবিধে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সেয়ে ৰোগমুক্ত সুস্থ শৰীৰৰ বাবে নিয়মিত তেঁতেলি খাব পাৰে।



( অপূৰ্ব কাকতি ) 



Post ID: DABP001458