নামঃ ভাতকেৰেলা 

ইংৰাজী নামঃ Teasle Gourd 

বৈজ্ঞানিক নামঃ Momordica cochinchinchinensis Spreng 

ঔষধি গুণঃ 

খোৱাৰ পদ্ধতিঃ

বৰ্ণনাঃ ভাতকেৰেলা গছৰ পাতবোৰ প্ৰায় ১০ৰ পৰা ১২ ছেঃমিঃ পৰ্যন্ত দীঘল আৰু সমানে বহল। ডিম্বকাৰ। কেৰেলাবোৰ সাধাৰণতে ৫ খলপীয়া আৰু নিমজ বা কিছু নোমাল। পুষ্পবোৰ ভিন্নবাসী হয়।



Post ID: DABP001529