অসমীয়া নামঃ বিহলঙনী
 
ইংৰাজী নামঃ Watter chillies

বৈজ্ঞানীক নামঃ Polygonum hydropiper

ঔষধি গুণঃ

বৰ্ননাঃ  বিহলঙনী গছ ওখই প্ৰায় ১,২ফুট মান হোৱা দেখা য়ায। পাতবোৰ প্ৰায় ঢেকীয়া গছৰ পাতৰ লগত মিল আছে। বিহলঙনীৰ পাত বন-দৰৱ হিচাপে ব্যৱহাৰ হয়। কোনো ঠাইত বিহলঙনীৰ পাত জ্বৰা-ফুকা কাৰ্য্যতও ব্যৱহাৰ কৰা দেখা যায়



Post ID: DABP001509