নামঃ  বনজালুক

ইংৰাজী নামঃ Wild pepper

বৈজ্ঞানিক নামঃ Oldenlandia corymbo

ঔষধি গুণঃ

খোৱাৰ পদ্ধতিঃ

বৰ্ণনাঃ এই শাক ঘৰৰ চাৰিওফালে বা বাৰীৰ চুকে কোনে সেমেকা ঠাই বোৰত প্ৰায় হয়। কিছুমান লোকে চিনি নোপোৱা বাবে এই মূল্যবান শাক বিধক বন বুলি ভাবি উঘালী পেলাই । এই শাক সাধাৰণতে পিহি মাছৰ লগত জালুকীয়া আঞ্জা বনাই খালে বৰ সোৱাদ লাগে যি সোৱাদ কেতিয়াও পাহৰিব নোৱাৰি , কিছুমান লোকে এই শাকৰ পৰা বিভিন্ন ধৰণৰ ব্যঞ্জন বনাই খাই। প্ৰসূতি মাতৃ সকলক বিভিন্ন জালুকীয়া আঞ্জাৰ লগতে এই  শাকৰ আঞ্জাও খাবলৈ দিয়া হয় । এই শাকে প্ৰাকৃতিক বিষ নাশক আৰু এন্টিবাটিক ৰূপে কাম কৰে , যি প্ৰসূতি মাতৃ সকলক সুস্থ কৰি তোলাত সহায় কৰে । বনজালুকৰ বহুতো ঔষধি গুণ থকা বাবে পৃথিৱীৰ বহুতো দেশত বনজালুকক থলুৱা চিকিৎসা পদ্ধতিত ব্যৱহাৰ কৰা হয়।


( অপূৰ্ব কাকতি )  



Post ID: DABP001505