১। পদ্মনাথ গোহাঞিবৰুৱা (স্থানঃ শিৱসাগৰ ইংৰাজী ডিচেম্বৰ মাহৰ ১৯১৭)

২। চন্দ্ৰধৰ বৰুৱা (স্থানঃ গোৱালপাৰা ইংৰজী ডিচেম্বৰ মাহৰ ১৯১৮)

৩। কালিৰাম মেধি (স্থানঃ বৰপেটা ইংৰাজী ডিচেম্বৰ মাহৰ ১৯১৯)

৪। হেমচন্দ্ৰ গোস্বামী (স্থানঃ তেজপুৰ ইংৰাজী ডিচেম্বৰ মাহৰ ১৯২০)

৫। অমৃতভূষণ দেৱ অধিকাৰী (স্থানঃ যোৰহাট ইংৰাজী মাৰ্চ/এপ্ৰিল মাহৰ ১৯২৩)

৬। কনকলাল বৰুৱা (স্থানঃ ডিব্ৰুগড় ইংৰাজী এপ্ৰিল মাহৰ ১৯২৪)

৭। লক্ষ্মীনাথ বেজবৰুৱা (স্থানঃ গুৱাহাটী ইংৰাজী ডিচেম্বৰ মাহৰ ১৯২৪)

৮। ৰজনীকান্ত বৰদলৈ (স্থানঃ নগাঁও ইংৰাজী ডিচেম্বৰ মাহৰ ১৯২৫)

৯। বেণুধৰ ৰাজখোৱা (স্থানঃ ধুবুৰী ইংৰাজী অক্টোবৰ মাহৰ ১৯২৬)

১০। তৰুণৰাম ফুকন  ( স্থানঃ গোৱালপাৰা ইংৰাজী ডিচেম্বৰ মাহৰ ১৯২৭ )

১১। কমলাকান্ত ভট্টাচাৰ্য  ( স্থানঃ যোৰহাট ইংৰাজী মাৰ্চ মাহৰ ১৯২৮ )

১২। মফিজুদ্দিন আহমদ হাজৰিকা  ( স্থানঃ  ইংৰাজী মাৰ্চ মাহৰ ১৯২৯ )

১৩। নেন্দ্ৰ নাৰায়ন চৌধুৰী  ( স্থানঃ শিৱসাগৰ ইংৰাজী ডিচেম্বৰ মাহৰ ১৯৩১ )

১৪। জ্ঞানভিৰাম বৰুৱা  ( স্থানঃ উত্তৰ লখিমপুৰ ইংৰাজী ডিচেম্বৰ ১৯৩৩ )

১৫। আনন্দ্ৰচন্দ্ৰ আগৰৱালা  ( স্থানঃ মঙলদৈ ইংৰাজী ডিচেম্বৰ ১৯৩৪ )

১৬। ৰঘুনাথ চৌধুৰী  ( স্থানঃ তেজপুৰ ইংৰাজী এপ্ৰিল ১৯৩৬ )

১৭। কৃষ্ণকান্ত সন্দিকৈ  ( স্থানঃ গুৱাহাটী ইংৰাজী ডিচেম্বৰ মাহৰ ১৯৩৭ )

১৮। ময়িদুল ইছলাম বৰা  ( স্থানঃ যোৰহাট ইংৰাজী ডিচেম্বৰ ১৯৪০ )

১৯। নীলমণি ফুকন   ( স্থানঃ শিৱসাগৰ  ইংৰাজী অক্টোবৰ ১৯৪৪)

২০। নীলমনি ফুকণ  ( স্থানঃ ডিব্ৰুগড় ইংৰাজী এপ্ৰিল মাহৰ ১৯৪৭)

২১। অম্বিকাগিৰি ৰায়চৌধুৰী  (স্থানঃ মাৰ্ঘেৰিটা ইংৰাজী মাৰ্চ মাহৰ ১৯৫০)

২২। সূৰ্যকুমাৰ ভূঞা (স্থানঃ শ্বিলং ইংৰাজী নৱেম্বৰ মাহৰ ১৯৫৩)

২৩। নলিনীবালা দেৱী (স্থানঃ যোৰহাট ইংৰাজী জানুৱাৰী মাহৰ ১৯৫৪)

২৪। যতীন্দ্ৰনাথ দুৱৰা (স্থানঃ গুৱাহাটী ইংৰাজী ডিচেম্বৰ মাহৰ ১৯৫৫)

২৫। বেটুধৰ শৰ্মা (স্থানঃ ধুবুৰী ইংৰাজী ডিচেম্বৰ মাহৰ ১৯৫৬)

২৬। পদ্মধৰ চলিহা (স্থানঃ তিনিচুকীয়া ইংৰাজী ১৯৫৮)

২৭। অতুল চন্দ্ৰ হাজৰিকা (স্থনঃ নগাওঁ ইংৰাজী ১৯৫৯)

২৮। ত্ৰৈলোক্যনাথ গোস্বামী (স্থানঃ মিৰ্জা, পলাশবাৰী ইংৰাজী ১৯৬০) 

২৯। ত্ৰৈলোক্যনাথ গোস্বামী (স্থানঃ গোৱালপাৰা ইংৰাজী ১৯৬১)

৩০। ৰত্নকান্ত বৰকাকতী (স্থানঃ নাজিৰা ইংৰাজী ১৯৬৩)

৩১। মিত্ৰদৱ মহন্ত (স্থানঃ ডিগবৈ ইংৰাজী ১৯৬৪)

৩২। ডিম্বেশ্বৰ নেওগ (স্থানঃ নলবাৰী ইংৰাজী ১৯৬৫)

৩৩। বিনন্দচন্দ্ৰ বৰুৱা (স্থানঃ উত্তৰ লখিমপুৰ ইংৰাজী ১৯৬৬)

৩৪। নকুলচন্দ্ৰ ভূঞা (স্থানঃ ডিব্ৰুগড় ইংৰাজী ১৯৬৭)

৩৫। জ্ঞাননাথ বৰা (স্থানঃ তেজপুৰ ইংৰাজী ১৯৬৮)

৩৬। আনন্দচন্দ্ৰ বৰুৱা (স্থানঃ বৰপেটা ইংৰাজী ১৯৬৯)

৩৭। উপেন্দ্ৰনাথ লেখাৰু (স্থানঃ ঢং ইংৰাজী ১৯৭০)

৩৮। তীৰ্থনাথ শৰ্মা (স্থানঃ মাকুম ইংৰাজী ১৯৭১)

৩৯। হেম বৰুৱা (স্থানঃ ধুবুৰী ইংৰাজী ১৯৭২)

৪০। গিৰিধৰ শৰ্মা (স্থানঃ ৰঙিয়া ইংৰাজী ১৯৭৩)

৪১। ড০ মহেশ্বৰ নেওগ (স্থানঃ মঙ্গলদৈ ইংৰাজী ১৯৭৪)

৪২। ড০ সত্যেন্দ্ৰ নাথ শৰ্মা (স্থানঃ তিতাবৰ ইংৰাজী ১৯৭৫)

৪৩। যজ্ঞেশ্বৰ শৰ্মা (স্থানঃ টিহু ইংৰাজী ১৯৭৬)

৪৪। চৈয়দ আব্দুল মালিক (স্থানঃ অভয়াপুৰী ইংৰাজী ১৯৭৭)

৪৫। প্ৰসন্নলাল চৌধৰী (স্থানঃ গোলাঘাট ইংৰাজী ১৯৭৮)

৪৬। অতুলচন্দ্ৰ বৰুৱা (স্থানঃ শুৱালকুছি ইংৰালী ১৯৭৯)

৪৭। যতীন্দ্ৰনাথ গোস্বামী (স্থানঃ ৰহা ইংৰাজী  ১৯৮০)

৪৮। সীতানাথ ব্ৰক্ষচৌধৰী (স্থানঃ তিনিচুকীয়া ইংৰাজী ১৯৮১)

৪৯। সীতানাথ ব্ৰক্ষচৌধৰী (স্থানঃ ডিফু ইংৰাজী ১৯৮২)

৫০। ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টচাৰ্য (স্থানঃ বঙাইগাঁও ইংৰাজী১৯৮৩)

৫১। যোগেশ দাস (স্থানঃ বিহপুৰীয়া ইংৰাজী ১৯৮৫)

৫২) বীৰেন বৰকটকী ( স্থানঃ কামপুৰ ইংৰাজী ১৯৮৬ )

৫৩) ডঃ মহেন্দ্ৰ  বৰা  ( স্থানঃ পাঠশালা ইংৰাজী ১৯৮৭ )

৫৪) কীৰ্তিনাথ হাজৰিকা  ( স্থানঃ  হাইলাকান্দি ইংৰাজী ১৯৮৮ )

৫৫) মহিম বৰা  ( স্থানঃ ডুমডুমা ইঁৰাজী ১৯৮৯ )

৫৬) নৱকান্ত বৰুৱা  ( স্থানঃ বিশ্বনাথ চাৰিআলি ইংৰাজী ১৯৯০ )

৫৭) ডঃ নিৰ্মলপ্ৰভা বৰদলৈ । ( স্থানঃ দুধনৈ ইঁৰাজী ১৯৯১ )

৫৮) লক্ষ্যধৰ চৌধুৰী  ( স্থানঃ গোৰেশ্বৰ ইংৰাজী ১৯৯২ )

৫৯) ডঃ ভূপেন হাজৰিকা । ( স্থানঃ শিৱসাগৰ ইংৰাজী ১৯৯৩ )

৬০) ডঃ লীলা গগৈ  ( স্থানঃ মৰিগাওঁ ইংৰাজী ১৯৯৪ )

৬১) হিতেশ ডেকা  ( স্থানঃ সৰ্থেবাৰী ইংৰাজী ১৯৯৫ )

৬২) ডঃ লক্ষ্মীনন্দন বৰা  ( স্থানঃ বোকাখাত  ইংৰাজী ১৯৯৬ )

৬৩) ডঃ নগেন শইকীয়া  ( স্থানঃ বিলাসীপাৰা ইংৰাজী ১৯৯৭ )

৬৪) ডঃ নগেন শইকীয়া ( স্থানঃ হাওৰাঘাট ইংৰাজী ১৯৯৮ )

৬৫) চন্দ্ৰপ্ৰসাদ শইকীয়া ( স্থানঃ হাজো ইংৰাজী ১৯৯৯ )

৬৬) হোমেন বৰগোহাঞী ( স্থানঃ ডিব্ৰুগড় ইংৰাজী ২০০০ - ২০০১ )

৬৭) ডঃ বীৰেন্দ্ৰ নাথ দত্ত ( স্থানঃ লখিমপুৰ  ইংৰাজী ২০০৩ - ২০০৪ )

৬৮) কনকসোন ডেকা  ( স্থানঃ ছিপাঝাৰ ইংৰাজী ২০০৫ - ২০০৬ )

৬৯) কনকসেন ডেকা ( স্থানঃ চাপৰ ইংৰাজী ২০০৭ - ২০০৮ )

৭০) ৰংবং তেৰাং ( স্থানঃ ধেমাজি ইংৰাজী ইংৰাজী ২০০৯ - ২০১১ )

৭১) ৰংবং তেৰাং ( স্থানঃ দেৰগাওঁ ইংৰাজী ২০১১ - ২০১৩ )

৭২) ইংৰাণ শ্বাহ ( স্থানঃ বৰপেটা ৰোড ইংৰাজী ২০১৩ - ২০১৪ )

৭৩) ডঃ ধ্ৰুবজ্যোতি বৰা ( স্থানঃ কলিয়াবৰ ইংৰাজী ২০১৫ - ২০১৭ )

৭৪) ডঃ পৰমানন্দ ৰাজবহংশী ( স্থানঃ বৰডোমচা ইংৰাজী ২০১৮ )