CHANGING CULTURAL TRADITIONS 

পৰিৱৰ্তিত সাংস্কৃতিক পৰম্পৰা


1. ছুইজাৰলেণ্ডত লুথাৰৰ মতবাদ জনপ্রিয় কৰি তােলা দুজন লুথাৰৰ অনুসৰণকাৰীৰ নাম লিখা । 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

2. মার্ক ব্লক কোন আছিল ? 

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

3. লিওনার্ডো দা ভিন্সিৰ দুখন চিত্ৰৰ নাম লিখা । 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

4. তলৰ গ্ৰন্থকেইখনৰ লিখক কোন ? 

( i ) The Travel ( দ্যা ট্রেভেল ) 

( ii ) The Prince ( দ্যা প্রিন্স )  

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

5. দি চিভিলাইজেশন অৱ দি ৰেনেছা ইন ইটালী পুথিখন কোনে ৰচনা কৰিছিল ? 

(এই প্ৰশ্নটো 2016 আৰু 2019 চনত আহিছিল)

6. লিঅনার্ড - দ্যা - ভিন্সি কোন ? 

7. জোহান্স গুটেনবার্গ কিয় বিখ্যাত ? 

8. কোন শতিকাত ইউৰােপত নৱজাগৰণ আৰম্ভ হৈছিল ?

9. ফ্রান্সেচকো পেট্রার্ক কোন ? 

10. ৰেণেছ ’ শব্দটোৰ অর্থ কি ? 

11. পৃথিৱীৰ প্ৰথমখন ছপা পুথিৰ নাম লিখা । 

12. 1997-016 বাজ্জান কোন আছিল ? 

13. ' The Civilisation of the Ranaissance in Italy নামৰ কিতাপখনৰ লিখক কোন ?

14. ' On the Dignity of Man ' নামৰ গ্রন্থখনৰ লিখক কোন ? 

15. ডান্টে আলিঘিয়েৰী কোন ? 

16. মাইকেল এঞ্জেলাে কোন ? 


B. Short type questions : 

1. মাইকেল এঞ্জেল ’ কোন আছিল ? তেওঁৰ এখন বিখ্যাত চিত্ৰৰ নাম উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

2. Stical cente cara আছিল আৰু তেওঁ ইউৰােপৰ কোনখন দেশৰ লােক আছিল ? 

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

3. কোন দুটা সৃষ্টিয়ে মাইকেল এঞ্জেল’ক অমৰ কৰি তুলিছিল ? 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

4. লিঅনার্দো দা ভিন্সি ৰ দুখন যুগজয়ী ছবিৰ নাম লিখা । 

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

5. নৱজাগৰণৰ বিখ্যাত পৃষ্ঠভূমিৰূপে ফ্লোৰেন্স নগৰী কেনেদৰে বিখ্যাত হৈছিল লিখা ।

6. ইটালীৰনগৰবােৰে কিয় পােনপ্ৰথমে মানৱতাবাদৰ ধাৰণা লাভ কৰিছিল ? 

7. মার্টিন লুথাৰ কিং কোন ? তেওঁৰ কার্যকলাপৰ বিষয়ে চমুকৈ লিখা ।

8. ইজাবেলা দিঅস্তে কোন আছিল ? 

9. কপাৰনিকাছ কোন ? তেওঁ কিয় বিখ্যাত ?

10. ১৫ শতিকাৰ ইটালীত হােৱানবজাগৰণৰ বিষয়ে লিখা । 


C. Essay type questions : 

1. নৱজাগৰণৰ সময়ত কলা আৰু স্থাপত্যৰ বিকাশ সম্পর্কে এটা টোকা 4 . 5 . লিখা । 

2. নৱজাগৰণৰ জন্মস্থানৰূপে ইটালীৰ নগৰৰ পুনৰােত্থান বর্ণনা 

কৰা । 

3. নৱজাগৰণ পােনপ্রথমে ইটালীত আৰম্ভ হােৱাৰ কাৰণ কি ? 

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

4. পােন্ধৰ শতিকাৰ শেষৰফালে ইটালীত কেনেদৰে শিক্ষাৰ বিকাশ হৈছিল লিখা । 

5. পশ্চিম ৰােমান সাম্রাজ্যৰ পতনৰ পিছত ধ্বংস হােৱা ইটালীৰ নগৰসমূহ কি কাৰণে পুনর্জীৱিত হৈ পৰিছিল ? 

6. নবজাগৰণৰ সময়ৰ বিজ্ঞানৰ ক্ষেত্ৰখনৰ পৰিবৰ্তনৰ বিষয়ে লিখা । 

মানৱতাবাদী চিন্তাধাৰাৰ বৈশিষ্ট্যবােৰ লিখা । 

7. মানৱতাবাদী চিন্তাধাৰাৰ প্রতিফলন কিকি ক্ষেত্ৰত প্ৰতিফলিত হৈছিল , ব্যাখ্যা কৰা । 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

8. মধ্যযুগৰ ইউৰােপতমানৱতাবাদী চিন্তাধাৰাৰ বিকাশৰ বিষয়ে চমুকৈ লিখা । 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

9. নৱজাগৰণৰ সময়ত মহিলাৰ বিকাশৰ বৰ্ণনা কৰা ।

খ্রীষ্ট ধৰ্মৰ সংস্কাৰ আন্দোলন বুলিলে কি বুজা লিখা । 

10. সংস্কাৰ আন্দোলনত মার্টিন লুথাৰৰ ভূমিকা কি আছিল ? )

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

11. মানৱতাবাদ মানে কি ? ইটালীত ইয়াৰ বিকাশ কেনেদৰে হ’ল লিখা । 

12. বিজ্ঞান আৰু দৰ্শনৰ ক্ষেত্ৰলৈ আৰবসকলৰ অৱদান বর্ণনা কৰা ।