তিনিখন মহাদেশজুৰি বিস্তৃত সাম্ৰাজ্য়

AN EMPIRE ACROSS THREE CONTINENTS

A.

Very Short type Question :

1. ইউৰোপ আৰু আফ্ৰিকা মহাদেশ দুখন  কোনখন সাগৰে পৃথক কৰিছিল ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

2.  ৰোমান সাম্ৰাজ্যৰ প্ৰশলাসন ক্ষেত্ৰত কোন ভাষা ব্য়ৱহাৰ কৰা হৈছিল ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

3. আগষ্টাছ কোন আছিল ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

4. ইউৰোপত কেথলিক - সকলৰ বিৰুদ্ধে কোন প্ৰটেষ্টাণ্ট আন্দোলন গুৰি ধৰিছিল ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

5. কোন খন সাগৰক ৰোমান সাম্ৰাজ্য়ৰ হৃতপিণ্ড বুলি গণ্য় কৰা 

`?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

6. বিশ্বৰ প্ৰথমখন  সু-সংগঠিত সাম্ৰাজ্য়ৰ নাম কি ?

7. ৰোমান সাম্ৰাজ্যৰ মুখ্য় ভাষা কি আছিল ?

8. ৰোমান সাম্ৰাজ্যৰ সমসাময়িক সাম্ৰাজ্যখনৰ নাম কি ?

9.  প্ৰিন্সিপেট বুলিলে কি বুজা ?

10. 'Conscripted Army' মানে কি ?

11. 'Transhumance' মানে কি ?

12. ৰোমান সাম্ৰাজ্য কোনখন নগৰত নৈমিত্তিক স্বাক্ষৰ'ৰ অভাৱনীয় বিকাশ দেখিবলৈ পোৱা গৈছিল ?

13. ৰোমান সাম্ৰাজ্যৰ সময়ত নিকট প্ৰাচ্য় বা ইয়াৰ পূৰ্বাংশত কোনটো প্ৰচলন আছিল ?

14. ৰোমান সম্ৰাজ্যৰ অধীনত ইজিপ্তত প্ৰচলিত সাধাৰণ ভাষাটোৰ নাম কি ?

15. পিউনিক আৰু বাৰবাৰ কি ?

16. কোন শতিকাত কপ্তিক ভাষালৈ বাইবেল অনুবাদ কৰা হৈছিল ?

17. ৰোমান সাম্ৰাজ্যলৈ কোন কোন দেশে আৰু জলফাই তেল সৰ্বাধিক পৰিমাণে ৰপ্তানি কৰিছিল ?

 


B .

SHORT TYPE QUESTIONS :


1. ৰোমান সাম্ৰাজ্যৰ ইতিহাস ৰচনা ব্য়ৱহাৰ কৰা দুটা মুখ্য় সমলৰ নাম লিখা ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

2. সপ্তম শতিকাৰ ইউৰোপৰ দুখন শক্তিশালী সাম্ৰাজ্য়ৰ নাম  লিখা ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

3. ৰোমান সকলে প্ৰধানকৈ কি কি দ্ৰব্য় আমদানি কৰিছিল ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

4. `ত আৰু কোন বছৰত খৃষ্টিয়ান ধৰ্ম সৃষ্টি হৈছিল ?

এই প্ৰশ্নটো 2016 চনত আহিছিল)

5. Society of jews` বা ইহুদিসকলৰ সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ?ইয়াৰ অনুগামীসকলক কি বোলা হৈছিল ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

6. ৰোমান সাম্ৰাজ্য নগৰত বাস কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সুবিধাটো কি আছিল?

7. ইহুদী বুলিলে কি বুজা ?

8. ৰোমান সম্ৰাজ্যৰ ৰাজহুৱা স্নান সম্পৰ্কে এটা টোকা লিখা ?

9. ৰোমান সাম্ৰাজ্যৰ তৃতীয় শতিকাৰ সংকেট কি বুজা লিখা ?

10. বিশ্ববুৰঞ্জীৰ প্ৰথম সাম্ৰাজ্য দুখনৰ নাম কি ?

11. ৰোমান অভিজাতসকলৰ আয় সম্পৰ্কে এটা টোকা লিখা ?

12. ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত আটাইত কৈ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা ব্যক্তি তিনিজন কোন কোন ?

13. ৰোমান সাম্ৰাজ্যৰ পৰিয়াল সম্পৰ্কে লিখা ?

14. ৰোমান সাম্ৰাজ্যৰ দাস ব্যৱহাৰ বিষয়ে এটা টোকা লিখা ?

15. ৰোমান সাম্ৰাজ্যৰ মহিলাসকলৰ স্বাধীনতা সম্পৰ্কে লিখা ? 


 

C.

ESSAY TYPE QUESTIONS :

1.  ৰোমান সাম্ৰাজ্যত কৰ নিৰূপন নীতি কি আছিল ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল) 

2. ফ্ৰান্সৰ ভৃত্য আৰু ৰোমান দাসসকলৰ জীৱনধাৰাৰ তুলনা কৰা |

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

3. ৰোমান প্ৰশাসনৰ তিনিজন কৰ্তা কোন আছিল ?তেওঁলোকে কি ভূমিকা গ্ৰহণ কৰিছিল ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

4. ৰোমান সমাজৰ আদি অৱস্থাত মহিলাসকলৰ স্থান কেনে আছিল ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

5.ৰোমান সাম্ৰাজ্যৰ বিকাশৰ বিষয়ে এটা টোকা লিখা ?

6. ৰোমান সাম্ৰাজ্য স্থাপত্য ভাস্কৰ্যৰ বিষয়ে এটা টোকা লিখা ?

7. ৰোমান সাম্ৰাজ্যৰ সমাজৰ সামাজিক গঠনৰ বিষয়ে বৰ্ণনা কৰা ?

8. ৰোমানসকলৰ সাহিত্য-সংস্কৃতিৰ বিষয়ে তুমি কি  জানা লিখা ?

9. ৰোমান সাম্ৰাজ্যৰ ব্যৱসায় - বাণিজ্যৰ বিষয়ে লিখা ?

10. ৰোমান সাম্ৰাজ্যৰ ব্যৱসায় - বাণিজ্যৰ বিষয়ে লিখা ?

11. ৰোমানসকলে তেওঁলোকৰ দাসসকলক কেনেদৰে নিয়ন্ত্ৰণ বা ব্যৱহাৰ কৰিছিল  লিখা ?