সংস্কৃতিৰ সংঘাত 

CONFRONTATION OF CULTURES



 A. Very short type questions :

1. কেতিয়া আৰু ক'ৰপৰা কলম্বাচে সমুদ্রযাত্রা আৰম্ভ কৰিছিল ? 

কিউটা কোনে আক্রমণ কৰিছিল ? 

2. কুজকো কিয় বিখ্যাত ? 

3. আজটেক সমাজত ‘ কেলেমেকা ’ মানে কি আছিল ?

টেপুচকেল্লী কি আছিল ? 

4. পর্তুগীজ আৰু স্পেনিছসকলে ক'ৰপৰা তেওঁলােকৰ সমুদ্রযাত্ৰা আৰম্ভ কৰিছিল ? 

5. মাচু পিচুৰ ইনকা নগৰখন কেতিয়া পুনৰাৱিষ্কাৰ কৰা হয় ?

6. মেক্সিকো শব্দটো ক'ৰ পৰা আহিছে ? 

7. আমেৰিকা আৱিষ্কাৰ কৰা নাৱিকজনৰ নাম কি আছিল ? 
(এই প্ৰশ্নটো 2015 চনত আহিছিল)

8. আৰাৱাকিয়ান লুকাইচ সমাজৰ বিশেষ সাংস্কৃতিক বৈশিষ্ট্যটো কি আছিল ? 

9. এজটেকসকলে কেনেকৈ তেওঁলােকৰ ভূমি আবাদী বা বাসােপযােগী কৰি তুলিছিল ? 

10. জড়ােপাসক বুলিলে কি বুজা ? 

11. মানকো কাপাক কোন আছিল ? 

12. টলেমি কোন আছিল ? 

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

13. হার্ণান কর্টেজ কোন আছিল ? 

14. ORTO আৱিষ্কাৰ কৰা নাৱিকজনৰনাম কি আছিল ? 
(এই প্ৰশ্নটো 2016 চনত আহিছিল)

15. টেন’চিটিটলান কি আছিল ? 

16. কুইপু কি আছিল ? 

17. মায়া - সভ্যতাৰ বিকাশ কেতিয়া হৈছিল ?

18. কোনে আৰু কেতিয়া ‘ আমেৰিকানামটো প্রথমে ব্যৱহাৰ কৰিছিল ? 

19. " True His tory of the Conquest of Mexico ' নামৰ কিতাপখনৰ লিখক কোন ? )

20. এমেৰিগ ’ ভেচপুচি কোন আছিল ? 

21. দক্ষিণ আমেৰিকাৰ সভ্যতাবােৰৰ ভিতৰত আটাইতকৈ ডাঙৰ ব্যাপক  সভ্যতাটো কোনটো ? 

22. কলম্বাসে যি কিতাপৰ দ্বাৰা অনুপ্রাণিত হৈ সাগৰ ভ্ৰমণত ওলাইছিল , তাৰ নাম লিখা । 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

23. Capitalism and Slavery গ্ৰন্থখনৰ লিখকৰ নাম লিখা । 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

24. আৰাৱাকিয়ান লুকাইছ’নামৰ জনগােষ্ঠীটোৱে ক'ত বাস 
কৰিছিল ?

25. টুপিনাম্বাসকল কোন আছিল ? 

26. চিনামপাছ বুলিলে কি বুজা লিখা ।

27. কোন শতিকাৰপৰা আজটেক সভ্যতাৰ পতন আৰম্ভ হৈছিল ? 

28. ইনকা সাম্রাজ্য ক'ৰপৰা ক'লৈকে বিস্তৃত আছিল ?

29. cpfer বুলিলে কি বুজা ? 

30. ইষ্কা সকলৰ জীৱন নির্বাহৰ প্রধান উপায় কি আছিল ? 

31. পুঁজিবাদ আৰু দাসত্ব  কিতাপখনৰ লিখক কোন ?

32. ১৫ শতিকাৰ সমুদ্র পথেৰে আবিষ্কাৰ যাত্ৰাৰ বাটকটীয়া কোন 
আছিল ?

33. তুকীসকলে কোন শতিকাত কনষ্টান্টিনােপল অধিকাৰ কৰিছিল ?
 
34. Batam মাণ্ডি ’ নামৰ কিতাপখন কোনে লিখিছিল ? 

35. ইমাগাে মাণ্ডি ’ নামৰ কিতাপখনত কিহৰ বিষয়ে আলােচনা কৰা হৈছে ? 

36. আমেৰিগাে ভেছপুছি কোন আছিল ?
 
37. Zeicologica কোন আছিল ?

B. Short Type Questions :

1. মেক্সিকো নামটোৰ উৎপত্তি কেনেকৈ হ’ল লিখা । 

2. কলম্বাচৰ নৌ - যাত্ৰাৰ বিষয়ে লিখা ।

3. দক্ষিণ আমেৰিকাৰ পৰা পৃথিৱীৰ আন দেশলৈ প্রচলিত হােৱা যি কোনাে দুবিধ নতুন খাদ্যসামগ্ৰীৰ নাম লিখা ।  
(এই প্ৰশ্নটো 2016 চনত আহিছিল)

4. মায়াসকলৰ বিষয়ে চমুকৈ লিখা । 

5. সাম্রাজ্য বিস্তাৰত স্পেইনক কি কি কাৰকে সহায় কৰিছিল ? 

6. আৰাৱকিয়ান লুকাইছ জনগােষ্ঠীৰ বিষয়ে এটা টোকা লিখা ।

7. ইনকাসকল কোন আছিল ? তেওঁলােকৰ কোনজন শাসকে কাজকোত ৰাজধানী স্থাপন কৰিছিল ? 
(এই প্ৰশ্নটো 2017 চনত আহিছিল)

8. ইনকাসকলৰ কৃষিৰ বিষয়ে লিখা ।

9. আজটেকসকলৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে লিখা । 

10. ১৫৩৪ চনত ইনকাসকলে কিয় বিদ্রোহ কৰিছিল ? 
(এই প্ৰশ্নটো 2018 চনত আহিছিল)

11. আজটেকসকলৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে লিখা । 

C. Essay type questions :

1. ইউৰােপীয়ানসকলে সাগৰীয় যাত্রা কৰাৰ ক্ষেত্ৰত টলেমিৰ ভূগােলে কিদৰে উৎসাহিত কৰিছিল ?
(এই প্ৰশ্নটো 2017 চনত আহিছিল)

2. দক্ষিণ আমেৰিকাৰ আৱিষ্কাৰে ইউ বােপীয় ঔপনিবেশিকতাবাদৰ উন্নতিত কিদৰে পথ - প্রদর্শন কৰিছিল ? ) [ H.S.'18 ] 
(এই প্ৰশ্নটো 2018 চনত আহিছিল)

3. স্পেইনৰ নেতৃত্বত উপনিবেশবাদৰ বিস্তাৰ সম্পর্কে লিখা ।

4. আফ্রিকাৰ কোনবােৰ স্থানৰ পৰা ইউৰােপ , দক্ষিণ আমেৰিকা আৰু পশ্চিম এচিয়ালৈ দাস নিয়া হৈছিল ? 
(এই প্ৰশ্নটো 2019 চনত আহিছিল) 

5. নিম্নোক্ত বছৰসমূহক ঘটনাৰ সৈতে লগলগােৱা বা মিলােৱা  ঃ  Years                      Events 
(বছৰ)                  ( ঘটনা ) 
1492                    ( i ) Formation of East India Com pany ইষ্ট ইণ্ডিয়া                                কোম্পানীৰ গঠন 
1498                    ( ii ) Magellan sails around the world মেগেলানে                                  জলপথেৰে পৃথিৱী পৰিভ্ৰমণ কৰে 
1522                    ( iii ) Columbus discovered America কলম্বাচে                                      আমেৰিকা আৱিষ্কাৰ 
1600                    ( iv ) Vasco da Gama came to India ভাস্কো ডা গামা                              ভাৰতলৈ আহিছিল ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

6. মেছ’পটেমিয়া সভ্যতাৰ লগত আজটেক সভ্যতাৰ তুলনা কৰা ।
(এই প্ৰশ্নটো 2017 চনত আহিছিল)

7. মায়া সংস্কৃতিৰ বিষয়ে এটি চমু টোকা লিখা । 
(এই প্ৰশ্নটো 2018 চনত আহিছিল)

8. কেৰিবিয়ান আৰু ব্রাজিল সম্প্রদায়সমূহৰ বিষয়ে লিখা । 

9. পৰুৰ ইনকাসকলৰ বিষয়ে অথবা আজটেক্সকলৰ বিষয়ে এটা চমু টোকা লিখা । 
(এই প্ৰশ্নটো 2015 চনত আহিছিল)


10. শিশু শ্ৰমিকৰ উন্নতিৰ অর্থে চাৰিটা পৰামৰ্শ আগবঢ়োৱা ।
(এই প্ৰশ্নটো 2016 চনত আহিছিল)

11. ইনকাসকলৰ লগত আজতেকসকলৰ সভ্যতাৰ তুলনা কৰা ।
(এই প্ৰশ্নটো 2016 চনত আহিছিল)

12. কোনবিলাক কাৰকে পঞ্চদশ শতিকাত ইউৰােপীয় সমুদ্র অভিযানত উৎসাহ যােগাইছিল ? 
(এই প্ৰশ্নটো 2016 চনত আহিছিল)

13. দক্ষিণ আমেৰিকাৰ আৱিষ্কাৰে ইউৰােপৰ ঔপনিৱেশিক বিস্তাৰক কেনেকৈ আগুৱাই নিছিল ? 
(এই প্ৰশ্নটো 2017 চনত আহিছিল)

14. কেতিয়া আৰু কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল ? তেওঁ তাৰ মানুহবােৰক কিয় Indian বুলিছিল ? 
(এই প্ৰশ্নটো 2018 চনত আহিছিল)





ইউৰােপীয়সকলে নতুন ঠাই সন্ধান কৰাৰ কাৰণবােৰ ব্যাখ্যা কৰা ।
(এই প্ৰশ্নটো 2019 চনত আহিছিল)


আজটেক সভ্যতাৰ বিষয়ে চমুকৈ লিখা ।
 
ইনকা সভ্যতাৰ বিকাশ আৰু বিস্তাৰৰ বিষয়ে লিখা ।

ইউৰােপীয়সকলৰ সমুদ্র যাত্রাৰ বিষয়ে লিখা ।

আমেৰিকাত স্পেইনে কেনেদৰে সাম্রাজ্য স্থাপন কৰিছিল ?



ইউৰােপৰ দাস ব্যৱসায়ৰ বিষয়ে লিখা ।