DISPLACING INDIGENOUS PEOPLES 👀

😁 থলুৱাসকলৰ স্থানান্তকৰণ 😁


 A. 

 Very Short Type Questions : 


 A. Very Short type questions : Mark : 


1. উত্তৰ আমেৰিকাৰ বিস্তৃতি বর্ণনা কৰা ।

2. আমেৰিকাই কেতিয়া গােটেই দেশতে ৰেললাইন প্রতিষ্ঠাৰ কাম শেষ কৰিছিল ? 

3. জেমচ কুকে কোনচনত ‘ বােটানি বে ’ নামৰ অঞ্চলটোত উপস্থিত হৈছিল ?

4. হপিসকল কোন আছিল ? 

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

5. আমেৰিকাত ৰেড ইণ্ডিয়ানসকলৰ পুনর্গঠন আইনখন কোন চনত প্রণয়ন কৰা হৈছিল ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

6. the noble savage ' বা ‘ মহান আদিম লােক ’ বুলি কাক কৈছিল ?

7. কার্ল মার্ক্স কোন ? 

8. " The Problem of India Administration ' খন কোনে লিখিছিল ? 

9. ' native ' শব্দটোৰ অর্থ কি ?

10. নিউজিলেণ্ড ’ নামটো কোনে দিছিল ? 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

11. ' Why weren't we Told ' কিতাপ খনৰ লিখক কোন ?

12. এবৰিজিনসকল কোন ? 

13. আমেৰিকাক বৃটিছে কেতিয়া স্বাধীনতা দিছিল ?

14. ফ্রান্সৰপৰা লুইছিয়ানা আমেৰিকা যুক্তৰাষ্ট্ৰই কেতিয়া কিনিছিল ? 

15. বৃটিছসকলে কেতিয়া কানাডা জয় কৰিছিল ?

16. আমেৰিকাত সােণ কোন চনত পােৱা গৈছিল ? 



 1 . B. Short type questions : 


1. ইউৰােপীয় অভিযাত্রীসকলৰ দ্বাৰা আমেৰিকা আৱিষ্কাৰৰ দুটা প্রত্যক্ষ ফলাফল লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

2. অষ্ট্রেলিয়া কিদৰে ইংলণ্ডৰ উপনিবেশ হৈছিল লিখা । 

3. কোন চনত বৃটিছসকলে অষ্ট্রেলিয়াত প্রৱেশ কৰিছিল ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

4. উত্তৰ আমেৰিকাত উদ্যোগ প্রতিষ্ঠান কেনেদৰে গঢ় লৈ উঠিছিল ?

5. Dome of Rock নির্মাণ কৰিছিল ? ইয়াৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা । 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

6. ‘ সােণৰ বাবে খৰখেদা ’ বুলিলে কি বুজা ? 

 C. Essay type questions : 


1. অষ্ট্রেলিয়াত হােৱা ৰূপান্তৰৰ বতাহ সম্পর্কে এটি টোকা লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

2. কি পটভূমিত অষ্ট্রেলিয়াৰ চৰকাৰে মহাদেশখনক ‘ অশ্বেতাংগ’সকলৰ পৰা মুক্ত ৰখাৰ নীতি গ্রহণ কৰিছিল , আলােচনা কৰা । 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

3. সপ্তদশ শতিকাৰ আমেৰিকাত পাৰস্পৰিক বুজাবুজি বুলিলে কি 

বুজা ? 

4. অষ্ট্রেলিয়াত কেনেদৰে উপনিবেশ প্রতিষ্ঠা হৈছিল লিখা ।

5. আমেৰিকাৰ স্থানীয় মানুহখিনিৰ বিষয়ে এটা টোকা লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

6. ১৯৫০-৬০ ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ থলুৱা লােকসকলে কিয় প্রতিবাদ কৰিছিল ? ইয়াৰ ফলাফল কি হ’ল ? 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

7. ‘ সােণৰ বাবে হােৱা দৌৰ ’ কি আছিল ? 

(এই প্ৰশ্নটো 2015,2016 আৰু 2018 চনত আহিছিল)

8. অষ্ট্ৰেলিয়াৰ ইতিহাস কিতাপৰ পৰা ইয়াৰ স্থানীয় মানুহৰ ইতিহাস কিয় বাদ দিয়া হৈছিল ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

9. আমেৰিকাৰ থলুৱা লােকসকল ইউৰােপীয়ানসকলৰ দ্বাৰা কেনেদৰে বিতাড়িত হৈছিল ? 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

10. মূল বাসিন্দা কাক কোৱা হয় ? দক্ষিণ আমেৰিকা আৰু উত্তৰ আমেৰিকাৰ মূল বাসিন্দাসকলৰ মাজত থকা যি কোনাে পার্থক্যৰ বিষয়ে লিখা ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

11. অষ্ট্রেলিয়াৰ মহা মৌনতা ’ কি ? অষ্ট্রেলিয়াৰ ইতিহাসত ইয়াৰ প্ৰভাৱবােৰ কি কি ? 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

12. স্থানীয় অধিবাসীসকলে কেনেদৰে নিজৰ ভূমি - সম্পত্তি হেৰুৱাইছিল লিখা ।

13. আদিম অধিবাসীসকলে কেনেদৰে নিজৰ ভূমিস্বত্ব ঘূৰাই পাইছিল ? 

14. আমেৰিকাত কেনেদৰে পশুপামবােৰ গঢ় লৈ উঠিছিল লিখা ।