EDUCATIONAL STATISTICS
শিক্ষাবিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান
A Short Type Questions :
1. এখন বিতৰণ তালিকাৰ 25 % ৰাশি 10 ৰাশিটোৰ তলত আৰু 25 % ৰাশি 40 ৰাশিটোৰ ওপৰত আছে।বিভাজন তালিকাৰ চতুর্থক বিচ্যুতি নির্ণয় কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
2. গড় কি ? এখন তালিকাৰ sigma fx 1480 আৰু N = 50 । তালিকাখনৰ গড় নির্ণয় কৰা । )
উত্তৰঃ
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
3. অনুমিত গড় পদ্ধতিৰে গড় নির্ণয় কৰা সূত্ৰটো লিখা । )
উত্তৰঃ
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
4. সমূহিত ৰাশিৰ মধ্যমা নির্ণয়ৰ সূত্ৰটো লিখা । )
উত্তৰঃ
(এই প্ৰশ্নটো 2014 চনত আহিছিল)
5. বহুভুজত বাৰংবাৰতা সমূহ ওপৰত উপস্থাপন কৰা হয় ।
উত্তৰঃ
(এই প্ৰশ্নটো 2013 চনত আহিছিল)
6. অসমুহিত ৰাশিৰ পৰা গড় নির্ণয় কৰাৰ সূত্র লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2006 চনত আহিছিল)
7. এটা শ্রেণী অন্তৰালৰ মধ্যমান কেনেকৈ নির্ণয় কৰিবা ? সূত্র ব্যৱহাৰ কৰিবা । ]
উত্তৰঃ
(এই প্ৰশ্নটো 2005 চনত আহিছিল)
8. তলত দিয়া তথ্যসমূহৰ পৰা বহুলক নির্ণয় কৰা :
1 7 , 8 , 9 , 10 , 10 , 11 , 11 , 11 , 12
উত্তৰঃ
(এই প্ৰশ্নটো 2004 চনত আহিছিল)
9. সমূহিত তথ্যৰ পৰা বহুলক নির্ণয় কৰাৰ সূত্ৰটো লিখা ?
উত্তৰঃ
(এই প্ৰশ্নটো 2003 চনত আহিছিল)
10. প্ৰসাৰ কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2002, 2007 আৰু 2011 চনত আহিছিল)
11. সমূহিত তথ্যৰ পৰা গাণিতিক গড় নির্ণয় কৰাৰ চমু পদ্ধতিৰ সূত্ৰটো কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2001 চনত আহিছিল)
12. বিন্যস্ত ৰাশিৰ পৰা মধ্যমা নির্ণয় কৰাৰ সূত্ৰটো কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2000 চনত আহিছিল)
13. তলত দিয়া অবিন্যস্ত তথ্যৰ পৰা বহুলক নির্ণয় কৰা ঃ
উত্তৰঃ
7 , 7 , 8 , 9 , 9 , 9 , 10 , 11 , 11 , 12 .
(এই প্ৰশ্নটো 2000 চনত আহিছিল)
14. তলৰ অসমুহিত তথ্যৰ পৰা মধ্যমা নির্ণয় কৰা :
উত্তৰঃ
7,9 , 8 , 6 , 4 , 5 , 3 .
(এই প্ৰশ্নটো 2001চনত আহিছিল)
15. তলত দিয়া অসমূহিত ৰাশিসমূহৰ গড় নির্ণয় কৰা :
5 , 10 , 15 , 20 , 25 .
উত্তৰঃ
(এই প্ৰশ্নটো 2002 চনত আহিছিল)
16. অবিন্যস্ত সংখ্যাবােৰক শৃংখলাবদ্ধভাৱে সজোৱাটোক কি বুলি কোৱা হয় ?
উত্তৰঃ
(এই প্ৰশ্নটো 2003 চনত আহিছিল)
17. বহুলক ’ মানে কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2005 আৰু 2011 চনত আহিছিল)
18. যিকোনো এটা তালিকাৰ সর্বোচ্চ ৰাশি 83 আৰু সর্বনিম্ন ৰাশি 62 । তেনেক্ষেত্ৰত প্ৰসাৰ কি হ’ব ?
উত্তৰঃ
(এই প্ৰশ্নটো 2006 চনত আহিছিল)
19. চতুর্থক বিচ্যুতি গণনা কৰা সূত্ৰটো লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2007 আৰু 2011 চনত আহিছিল)
20. কেন্দ্রীয় প্রৱণতাৰ কোনটো জোখ ৰাশিসমূহৰ চৰম মানৰ দ্বাৰা অধিক প্রভাৱিত হয় ?
উত্তৰঃ
(এই প্ৰশ্নটো 2013 চনত আহিছিল)
21. কেন্দ্রীয় প্রৱণতাৰ স্থানসূচক জোৰটো কি ? )
উত্তৰঃ
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
22. এটা পৰীক্ষাত অৱতীৰ্ণ হােৱা 15 জন শিক্ষার্থীযুক্ত এটা শ্ৰেণীৰ 5 জন অনুত্তীৰ্ণ হৈছিল । উত্তীর্ণ শিক্ষার্থীসকলৰ নম্বৰসমূহ হৈছে - 40 , 58 , 48 , 66 , 78 , 60,70 , 55 , 44 , 72.ইয়াৰ মধ্যমা নির্ণয় কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
23. কেন্দ্রীয় প্রৱণতাৰ স্থান সূচক জোখ কোনটো ? )
উত্তৰঃ
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
24. লেখ কি ?
উত্তৰঃ
25. ৰাশিৰ অন্তভুক্তকৰণৰ এটা সুবিধা লিখা ?
উত্তৰঃ
26. আটাইতকৈ অস্থিৰ কেন্দিয় প্ৰৱণটো কি ?
উত্তৰঃ
27. কেন্দিয় প্ৰৱণতাৰ স্থিতিগত জোখটো লিখা ?
উত্তৰঃ
B. Short Type Questions : Marks :
1. কোনাে এখন বাৰংবাৰ বিভাজন তালিকাৰ গড় 45.5 আৰু মধ্যমাও 45.5 । বহুলক নির্ণয় কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 1999 চনত আহিছিল)
2. তথ্যসামগ্ৰীৰ ৰেখাচৈত্রিক উপস্থাপনৰ যিকোনাে এটা পদ্ধতি অতি চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2000 চনত আহিছিল)
3. চতুর্থক বিচ্যুতি বুলিলে কি বুজা ?
উত্তৰঃ
(এই প্ৰশ্নটো 1999 আৰু 2003 চনত আহিছিল)
4. ৰাশিৰ তালিকাভুক্তকৰণ কিদৰে কৰা হয় ? চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2000 চনত আহিছিল)
5. সমূহিত তথ্যৰ পৰা মধ্যমা নির্ণয় কৰাৰ নিয়মবােৰ কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2005 চনত আহিছিল)
6. ৰাশি সমূহৰ T ভেদ্যতা বা পার্থক্য পৰিমাপন কি ? বহুল ব্যৱহৃত পার্থক্য পৰিমাপন পদ্ধতিৰ নাম লিখা।
উত্তৰঃ
(এই প্ৰশ্নটো 2003 চনত আহিছিল)
7. কোনো এখন বাৰংবাৰতা বিভাজন তালিকাৰ গড় 20 আৰু মধ্যমাও বহুলক নির্ণয় কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2001 চনত আহিছিল)
8. পাইচিত্ৰ কি ? উদাহৰণ দিয়া ।
উত্তৰঃ
এই প্ৰশ্নটো 2001 চনত আহিছিল)
9. কেন্দ্ৰীয় প্রৱণতাৰ পৰিমাপনবােৰ কি কি ? কেন্দ্রীয় প্রৱণতা পৰিমাপনৰ জোখবােৰৰ এটাৰ নাম লিখা।
উত্তৰঃ
(এই প্ৰশ্নটো 2001 চনত আহিছিল)
10. দণ্ড বা স্তম্ভ চিত্র কি ? উদাহৰণ দিয়া ।
উত্তৰঃ
(এই প্ৰশ্নটো 2002 চনত আহিছিল)
11. আয়তচিত্ৰ আৰু বাৰংবাৰতা T বহুভূজৰ মাজৰ পার্থক্য কি?
উত্তৰঃ
(এই প্ৰশ্নটো 2004 চনত আহিছিল)
12. শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যা প্রয়ােগৰ তিনিটা উপযােগিতা লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2001, 2008 আৰু 2011 চনত আহিছিল)
3. পৰিসংখ্যা বিজ্ঞান হৈছে একত্রিতকৰণ , বিশ্লেষণ , । ব্যাখ্যাকৰণ আৰু তথ্যপাতি সংগ্ৰহৰ বিজ্ঞান । - চমুকৈ । আলােচনা কৰা ?
উত্তৰঃ
(এই প্ৰশ্নটো 2004 চনত আহিছিল)
14. কেন্দ্রীয় প্রৱণতাৰ মাপ কি ? সাধাৰণতে ব্যৱহৃত অন্ততঃ দুবিধ কেন্দ্রীয় প্রৱণতাৰ মাপ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2005 আৰু 2010 চনত আহিছিল)
15. বিষমতা পৰিমাপৰ যিকোনাে তিনিটা জোখৰ নাম লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2006 আৰু 2009 চনত আহিছিল)
16. আয়তচিত্ৰ কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2007 চনত আহিছিল)
17. মধ্যমা পৰিমাপনৰ তিনিটা সুবিধা প্রদান কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2007 চনত আহিছিল)
18. ৰাশিৰ কেন্দ্ৰীয় প্ৰৱণতা বুলিলে কি বুজায় ? ব্যাখ্যা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2007 আৰু 2008 চনত আহিছিল)
19. মধ্যমা কাক বােলে , লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2008 চনত আহিছিল)
20. কোনো তথ্যৰ গড় 55 আৰু মধ্যমা 56.25 হলে , বহুলক নির্ণয় কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2009 চনত আহিছিল)
21. এজন ছাত্ৰৰ উচ্চতম নম্বৰ হ’ল 86 আৰু নিম্নতম নম্বৰ হ’ল 62 । ইয়াৰ প্ৰসাৰ নির্ণয় কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2009 চনত আহিছিল)
22. গাণিতিক গড়ৰ তিনিটা সুবিধা উল্লেখ কৰা ।
উত্তৰঃ
23. চতুর্থক বিচ্যুতি নির্ণয় কৰিব পৰা সূত্ৰটো লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2010 চনত আহিছিল)
24. সমুহিত ৰাশিৰ পৰা বহুলক আৰু মধ্যমা নির্ণয়ৰ সূত্ৰ লিখা।
উত্তৰঃ
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
25. বহুভূজ আৰু আয়তক্ষেত্ৰৰ মাজৰ দুটা পার্থক্য লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
26. বৃত্ত চিত্র কি ? বৃত্ত চিত্র অংকন প্রণালী বর্ণনা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
27. এখন বাৰংবাৰতা বিভাজন তালিকাৰ । T বিভিন্ন অংশসমূহ কি কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
28. প্রথম চতুর্থক 61.44 T আৰু চতুর্থক বিচ্যুতি 8.50 । তৃতীয় চতুর্থক নির্ণয় কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2013 চনত আহিছিল)
29. বাৰংবাৰতা বিভাজন তালিকা কি ? পৰিসাংখ্যিক অনুসন্ধানত । ইয়াৰ গুৰুত্ব উল্লেখ কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2013 চনত আহিছিল)
Paid E-Notes Available
Only 50 Rupees (Get All Chapter Notes)