🏵🍀 শিক্ষণ 🍀🏵
🍂🌻 Learning 🌻🍂
A. Short Type Questions :
1. শিকনৰ মুখ্যনীতি কেইটা কি কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
2. শিকনৰ ‘ গেষ্টাল্ট ’ ( সমগ্রতাবাদ ) তত্ত্বৰ দুজন সমর্থনকাৰীৰ নাম লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
3. ' Gestalt ' শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে ? ইয়াৰ অর্থ কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2010 চনত আহিছিল)
4. শিক্ষাৰ অনুশীলন নীতিৰ শৈক্ষিক তাৎপর্যৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2009 চনত আহিছিল)
5. শিক্ষণৰ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষামূলক তাৎপর্যৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2010 চনত আহিছিল)
8. “ শিক্ষণ হৈছে আচৰণৰ সংশােধন কৰা কার্য ” উক্তিটো ব্যাখ্যা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2007 চনত আহিছিল)
9. অনুকৰণৰ দ্বাৰা শিক্ষণৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2006 চনত আহিছিল)
10. অনুবন্ধনে শিক্ষণত কিদৰে সহায় কৰে ? চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2004 চনত আহিছিল)
11. অনুকৰণৰ দ্বাৰা শিক্ষণ বুলিলে কি | বুজা ? অনুকৰণ কেই প্রকাৰৰ ।
উত্তৰঃ
(এই প্ৰশ্নটো 2003 চনত আহিছিল)
12. প্রচেষ্টা আৰু ভুল পদ্ধতি বুলিলে কি বুজা ?
উত্তৰঃ
কোন পৰিস্থিতিত এই পদ্ধতিৰ ব্যৱহাৰ কৰা হয় ?
(এই প্ৰশ্নটো 2003 চনত আহিছিল)
13. থর্ণর্ভাইকৰ শিক্ষণৰ নীতিসমূহ কি কি ? চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2002 চনত আহিছিল)
14. থর্ণডাইকৰ অনুশীলনৰ নীতিটো অতি চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2003 চনত আহিছিল)
15. শিক্ষণ এটা সমস্যা সমাধান প্রক্রিয়াৰ বাহিৰে অন্য একো নহয় । তােমাৰ মতামত কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2002 চনত আহিছিল)
16. ফলাফল নীতি কি ? চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2004 চনত আহিছিল)
17. শিক্ষণৰ দুটা বৈশিষ্ট্য অতি চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2004 চনত আহিছিল)
18. শিক্ষণৰ প্রকৃতি কি ? অতি চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2002 চনত আহিছিল)
19. শিক্ষণৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ৷
উত্তৰঃ
(এই প্ৰশ্নটো 2005 চনত আহিছিল)
20. অন্তঃদৃষ্টিৰে শিক্ষণ বুলিলে কি বুজা । চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2002,2007 আৰু 2011 চনত আহিছিল)
21. শিক্ষণৰ এটি সংজ্ঞা দিয়া । শিক্ষণৰ চাৰিটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2003 চনত আহিছিল)
22. আমি কেনেকৈ শিকো ? শিক্ষণৰ প্রধান নীতি তিনিটা চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2007 আৰু 2011 চনত আহিছিল)
23. কার্যকৰী শিক্ষণৰ তিনিটা চৰ্তাৱলী উল্লেখ কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2006 চনত আহিছিল)
24. শিক্ষণৰ যিকোনাে দুটা তত্ত্বৰ নাম উল্লেখ কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2008 চনত আহিছিল)
25. ছাত্ৰসকলক অভিৰুচিত কৰিবলৈ শিক্ষকে ল’ব পৰা তিনিটা কৌশল উল্লেখ কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2008 আৰু 2010 চনত আহিছিল)
26. সঞ্চালনমূলক শিক্ষণ কাক বােলে ?
উত্তৰঃ
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
27. শিক্ষাত অভিৰেচনৰ প্রয়ােজনৰ চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ
(এই প্ৰশ্নটো 2009 চনত আহিছিল)
28. পেতে শিক্ষা-প্রক্রিয়াৰ ওপৰত চলােৱা পৰীক্ষাৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2011 চনত আহিছিল)
29. প্রচেষ্টা আৰু ভুল ’ আৰু অন্তদর্শন পদ্ধতিৰ মাজৰ পার্থক্য উল্লেখ কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
30. শিক্ষণৰ ‘ অন্তর্দর্শন পদ্ধতি’ৰ চাৰিটা শৈক্ষিক মূল্য উল্লেখ কৰা।
উত্তৰঃ
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
31. অন্তর্দর্শনৰ যােগেদি শিক্ষণ কি ? শিক্ষণৰ এই পদ্ধতিটোৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
32. অনুবন্ধিত প্রতিক্রিয়া কি ? পেভলভৰ অনুবন্ধনৰ পৰীক্ষাটোত অনুবন্ধিত প্রতিক্রিয়া কোনটো আছিল ?
উত্তৰঃ
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
33. শ্রেণী শিক্ষণত অনুবন্ধন প্রভাৱসমূহ কি কি ? আলােচনা কৰা ।
উত্তৰঃ
34. অন্তদর্শন কি ? অন্তদর্শনমুলক । শিক্ষণৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
35. শিক্ষণৰ প্ৰস্তুতিৰ নীতিটোৰ | শৈক্ষিক তাৎপর্য চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
36. " শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল । ” উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
37. প্রচেষ্টা আৰু ভুল’আৰু ' অন্তদৃষ্টিমুলক শিক্ষণ’ৰ T মাজৰ পার্থক্য দেখুওৱা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2014 চনত আহিছিল)
38. শিকনৰ অনুবন্ধন পদ্ধতিৰ শৈক্ষিক তাৎপর্য সম্পর্কে আলােচনা কৰা।
উত্তৰঃ
(এই প্ৰশ্নটো 2013 চনত আহিছিল)
39. শিকনৰ চাৰিটা গুরুত্বপূর্ণ বৈশিষ্ট্য লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2013 চনত আহিছিল)
40. অতি-শিক্ষণ আৰু পুনঃশিক্ষণৰ মাজৰ পার্থক্য দেখুওৱা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2014 চনত আহিছিল)
41. অনুবন্ধিত প্রতিক্রিয়া কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2013 চনত আহিছিল)
42. শিকনত পুৰস্কাৰ আৰু শাস্তিৰ ভূমিকা আলােচনা ।
(এই প্ৰশ্নটো 2013 চনত আহিছিল)
43. শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা পার্থক্য দেখুওৱা ।
(এই প্ৰশ্নটো 2014 চনত আহিছিল)
44. শিক্ষণৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
45. শিক্ষণৰ ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি দুটা । উল্লেখ কৰা।
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
46. প্রচেষ্টা আৰু ভূল পদ্ধতিৰে শিক্ষণ । কিদৰে সম্ভৱ হয় ? উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
47. শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পার্থক্য দেখুওৱা ।
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
48. শিক্ষণৰ অনুশীলনৰ নীতি’ৰ ভাগ দুটা বর্ণনা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
49. শিক্ষণৰ ফলাফলৰ নীতি’ৰ শৈক্ষিক তাৎপর্য লিখা ।
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
50. শিকত প্রকৰণ বণ্টনৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ
51. প্ৰভাৱৰ নীতিৰ শিক্ষাত্মক মূল্য কি ?
উত্তৰঃ
52. শিকন আৰু পূর্ণতাপ্রাপ্তিৰ মাজৰ সম্পর্ক বিষয়ে আলােচনা কৰা ।
উত্তৰঃ
53. চর্তকৰণৰ ভিত্তিত তলত দিয়াবােৰৰ ব্যাখ্যা দিয়া -
উত্তৰঃ
( a ) In a circus , the Elephant responds to the signs made by his trainer . These signs may not be meaningful to an observer , but the elephant exhibits different activities on the basis of these sings . ( এখন চাকাচত , হাতীয়ে তাৰ প্রশিক্ষকে দিয়া ইংগিতৰ প্রতি সহাঁৰি দিয়ে । এই ইংগিত লক্ষ্য কৰোঁতাজনৰ বাবে অর্থপূর্ণ নহ'বও পাৰে , কিন্তু হাতীটোৱে এনে ইংগিতবােৰৰ ভিত্তিতে বিভিন্ন তৎপৰতা প্রদর্শন কৰে ।
( b ) While giving a piece of meat to a dog a man say ' Stand up ' holding the piece before the dog . After repeating it several times he says " stand up " but does not exhibit any meat . The dog stand up . ( এটা কুকুৰক এটুকুৰা মাংস দিবলৈ লৈ কুকুৰটোৰ সন্মুখত মাংসটুকুৰা ওপৰলৈ তুলি ধৰি এগৰাকী মানুহে ক'লে থিয় হ ’ ? তেওঁ । কেইবাবাৰাে ‘ থিয় হ ' বুলি মাংস নেদেখুওৱাকৈয়ে কৈ থকাৰ পিছত কুকুৰটো থিয় হ'ল ।
54. অতি শিকন বুলিলে কি বুজা ?
উত্তৰঃ
55. Discuss the relationship between- ( শিকন আৰু প্রণােদিতকৰণৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ
-Learning and knowledge of result ( -
শিকন আৰু ফলাফলৰ জ্ঞানৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা )
-Learning and difficulty of learning material ( – শিকন আৰু শিকন সামগ্ৰীৰ জটিলতাৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা ।
56. অন্তদৃষ্টিময় শিকনৰ সীমাবদ্ধতা দেখুওৱা ।
উত্তৰঃ
57. ফলাফল নীতিৰ শৈক্ষিক মূল্য কি ?
উত্তৰঃ
উত্তৰঃ
59. আনুশীলন কার্য হিচাপে শিকনৰ ব্যাখ্যা দিয়া ।
উত্তৰঃ
60. শিকনৰ গেষ্টেণ্ট সূত্ৰৰ দুজন সমর্থকৰ নাম লিখা ।
উত্তৰঃ
উত্তৰঃ
62. অতি শিকন কি ?
উত্তৰঃ
63. ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতিসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ
64. উপযুক্ত উদাহৰণ দি শিকনৰ ধাৰণাটো ব্যাখ্যা কৰা ।
উত্তৰঃ
65. অনুশীলৰ নীতিৰ দুটা ভাগ উল্লেখ কৰা ।
উত্তৰঃ
66. অন্তৰিত শিকন কি ?
উত্তৰঃ
67. ‘ শিকল হ’ল বিকাশৰ এটা প্রক্রিয়া ’ – ব্যাখ্যা কৰা ।
উত্তৰঃ
68. অতি শিকন আৰু শিকন পার্থক্য নিৰূপণ কৰা ।
উত্তৰঃ
69. চত প্রবৃত্তি কি ?
উত্তৰঃ
70. অর্ন্তদর্শন শিক্ষণৰ অর্থ কি ?
উত্তৰঃ
71. পৰিপক্কতা মানে কি বুজা ?
উত্তৰঃ
72. সম্পৰীক্ষা আৰু ভূলৰ মাজেৰে শিকনৰ বাবে পুনৰাবৃত্তিৰ প্রয়ােজন - ব্যাখ্যা কৰা । )
উত্তৰঃ
73. সুত্ৰৰ সৈতে সম্পর্কিত ব্যক্তিকেইজনক মিলােৱা-
উত্তৰঃ
A ( ক ) B ( খ )
( a ) Koffka ( কফ্রকা ) ( a ) Theory of conditioning ( অনবন্ধনবাদ )
( b ) Thorndike ( থৰ্ণডাইক ) ( b ) Gestalt theory ( গেষ্টেল্ট সূত্র )
( c ) Pavlov ( পেভলভ ) ( c ) Trial and Error ( প্রচেষ্টা আৰু ভূল )
74. শিকন আৰু পৰিপূর্ণতা প্রাপ্তিৰ মাজৰ সাদৃশ্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ
75. ‘ শিকন নিৰ্ভৰ কৰে পূৰ্ণতাপ্রাপ্তিৰ ওপৰত ’ – ব্যাখ্যা কৰা ।
উত্তৰঃ
76. শিকন আৰু পূর্ণতাপ্রাপ্তিৰ মাজত পার্থক্য নিৰূপণ কৰা ।
উত্তৰঃ
77. সম্পূর্ণ আৰু আংশিক শিকনৰ মাজৰ পার্থক্য নিৰূপণ কৰা।
উত্তৰঃ
78. চৰ্তকৰণ সম্পন্ন কৰা পৰীক্ষা - নিৰীক্ষামূলক কার্যকৰণৰ ৰেখ দিয়া ।
উত্তৰঃ
B. Essay Type Questions :
1. শিকনৰ পদ্ধতিৰ সৈতে সম্পর্কিত শিকনৰ কাৰকসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ
2. শিকাৰুৰ সৈতে সম্পর্কিত শিকনৰ কাৰকসমূহৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ
3. প্ৰকৰণৰ নীতিৰ শৈক্ষিক তাৎপৰ্য্যৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ
4. শিকনৰ প্ৰাথমিক নীতিসমূহ । শ্ৰেণীকোঠাত কিদৰে প্ৰয়ােগ কৰিব পাৰি আলােচনা কৰা ।
উত্তৰঃ
5. অন্তদৃষ্টিৰ জৰিয়তে শিকনৰ ব্যাখ্যা দিয়া । এই সন্দৰ্ভত কৰা এটা পৰীক্ষা নিৰীক্ষণৰ ব্যাখ্যা আগবঢ়োৱা ?
উত্তৰঃ
6. শিকনৰ চৰ্তময় শিকন পদ্ধতিটো ব্যাখ্যা কৰা চৰ্তকৰণেৰে শিকৰ উদাহৰণ দিয়া ।
উত্তৰঃ
7. অনুকৰণযােগে শিক্ষণ কি ? আমাৰ সামাজিক জীৱনত অনুকৰণে কেনে ভূমিকা পালন কৰে ?
উত্তৰঃ
8. শিক্ষণৰ প্রচেষ্টা আৰু ভুল পদ্ধতি ’ আৰু অৰ্শন পদ্ধতিৰ চমুকৈ পার্থক্য দেখুওৱা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
9. শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ দুটা শিক্ষামূলক প্রায়ােগিকতা উল্লেখ কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
10. শিক্ষণ কিঃশিক্ষণৰ চাৰিটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
11. শিক্ষণৰ প্ৰাথমিক নীতিসমূহ কি কি ? শিক্ষণৰ এই নীতিসমূহৰ যি কোনাে এটাৰ শৈক্ষিক তাৎপর্য আলােচনা কৰা।
উত্তৰঃ
(এই প্ৰশ্নটো 2014 চনত আহিছিল)
12. প্রচেষ্টা আৰু ভুলৰ দ্বাৰা শিক্ষণ কেনেকৈ সম্ভৱ হয় ? যুক্তিৰে তােমাৰ উত্তৰৰ যথার্থতা প্রতিপন্ন কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2001 চনত আহিছিল)
13. অনুবন্ধন দ্বাৰা শিক্ষণ বুলিলে কি বুজায় ? পেভলভৰ অনুবন্ধিত প্রতিক্রিয়া তত্ত্বৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2000 চনত আহিছিল)
14. কহলাৰ আৰু ককাই শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত কেইবাটাও পৰীক্ষা চলাইছিল । তাৰে যিকোনাে এটা আলােচনা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2004 চনত আহিছিল)
15. প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ কিদৰে সংঘটিত হয়? উপযুক্ত যুক্তিৰে উত্তৰ দিয়া ।
উত্তৰঃ
(এই প্ৰশ্নটো 1999 চনত আহিছিল)
16. এটা শিক্ষণ পৰিৱেশত তুমি কেনেদৰে এটা সমস্যা সমাধান কৰিব পাৰা ? শিক্ষণৰ পদ্ধতিসমূহৰ এটা চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2005 চনত আহিছিল)
17. শিক্ষণৰ প্ৰধান নীতিসমূহ কি কি ? এই নীতিসমূহ শ্রেণী কক্ষত কিদৰে প্ৰয়ােগ কৰিব পাৰি আলােচনা কৰা ?
উত্তৰঃ
(এই প্ৰশ্নটো 2000 চনত আহিছিল)
18. শিকৰ অন্তদর্শন পদ্ধতিৰ ওপৰত ক’হলাৰে কৰা পৰীক্ষাটো বর্ণনা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
19. শিক্ষণৰ অনুবন্ধিত প্রতিক্রিয়াৰ পদ্ধতিটো চমুকৈ ব্যাখ্যা কৰা । শ্ৰেণীকোঠাৰ পৰিৱেশত এই পদ্ধতিৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
20. শিক্ষণৰ প্রাথমিক নীতি কেইটা কি কি ? শ্ৰেণী পৰিবেশত সেই নীতি সমূহৰ যিকোনাে এটা প্রয়ােগ সম্পর্কে আলােচনা কৰা ৷
উত্তৰঃ
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
21. “ শিক্ষণ এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়াৰ বাহিৰে অন্য একো নহয় ” — তােমাৰ মতামত কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
22. প্রচেষ্টা আৰু ভুলৰ যােগে শিক্ষণ কিদৰে সম্ভৱ ? উদাহৰণৰ সহায়ত বর্ণনা কৰা ।
উত্তৰঃ
23. শিক্ষণৰ আঠটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
24. শিকনৰ সম্পৰীক্ষা আৰু ভূল পদ্ধতিৰ শিক্ষাত্মক মূল্য নির্ধাৰণ কৰা ।
উত্তৰঃ
25. শ্ৰেণীকোঠাৰ পৰিস্থিতিত শিকনৰ চৰ্তকৰণ সূত্ৰটোৰ সম্বন্ধ কি ?
উত্তৰঃ
26. শিক্ষাৰ ক্ষেত্ৰখনত অন্তদৃষ্টিৰে । শিকনৰ গুৰুত্ব কি ?
উত্তৰঃ
25. প্ৰভাৱৰ নীতিসমূহ শ্রেণী কোঠাত কিদৰে । প্রয়ােগ কৰিব পাৰি আলােচনা কৰা ।
উত্তৰঃ
26. শিকনৰ প্রধান বৈশিষ্ট্যসমূহ লিখা ।
উত্তৰঃ
27. শিকনৰ বিষয়ৰ সৈতে সম্পর্কিত শিকনৰ কাৰকসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ
Paid E-Notes Available
Only 50 Rupees (Get All Chapter Notes)
----- STEP - 1 -----
Pay Now----- STEP - 2 -----
Apply Now
Product Code: DAM000046