স্মৃতি , বিস্মৃতি , মনোযোগ আৰু আগ্ৰহ
Memory , Forgetting , Attention And Interest
A. Short Type Questions .
1. স্মৃতিৰ চাৰিটা উপাদান চমূকৈ লিখা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2002 আৰু 2011 চনত আহিছিল )
2. স্মৃতিৰ পৰিসৰ কি ?
উত্তৰঃ
( এই প্ৰশ্নটো 2014 চনত আহিছিল )
3. ঐচ্ছিক মনোযোগে আগ্ৰহৰ সৃষ্টি কৰে । " এটা উদাহৰণ দিয়া আৰু বাখ্যা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
4. পচ্ছাদমখী প্ৰতিৰোধ বুলিলে কি বজা ?
উত্তৰঃ
( এই প্ৰশ্নটো 1999 চনত আহিছিল )
5. স্মৃতিৰ তিনিটা বৈশিষ্ট্য় উল্লেখ কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2009 চনত আহিছিল )
6. "প্ৰবৃত্তি মনোযোগৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত বাখ্যা"- কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
7. স্মৰণৰ যি কোনো দুটা সঞ্চয়ী পদ্ধতি চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
8. আৰ্জিত আগ্ৰহ বুলিলে কি বুজা ?
উত্তৰঃ
( এই প্ৰশ্নটো 2003 চনত আহিছিল )
9. বিস্মৃতি স্মৰণৰ এক চৰ্ত্ত-বাখ্যা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2012 চনত আহিছিল )
10. মনোযোগকায় কৰা দুযক্তিনিষ্ঠ কাৰণ লিখা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2000 চনত আহিছিল )
11. বিস্মৃতিৰ তিনিটা দৈহিক কাৰণ উল্লেখ কৰা
উত্তৰঃ
( এই প্ৰশ্নটো 2007 চনত আহিছিল )
12 . ভাৱাত্মক বা ধাৰামূলক মনোযোগ কি ? এটা উদাহৰণ দিয়া।
উত্তৰঃ
( এই প্ৰশ্নটো 2017 চনত আহিছিল )
13. উত্তম স্মৃতিৰ চাৰিটা বৈশিষ্ট্য আলোচনা কৰা ।
উত্তৰঃ
14 . মনোযোগৰ চাৰিটা বস্তুনিষ্ঠ কাৰক বৰ্ণনা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2017 চনত আহিছিল )
15. অভ্যাস স্মৃতি কাক বোলে ?
উত্তৰঃ
( এই প্ৰশ্নটো 2010 চনত আহিছিল )
16. আগ্ৰহ মনোযোগৰ পূৰ্বচৰ্ত-বাখ্যা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
17. মনোবিজ্ঞানীসকলে স্মৃ লগত কেইটামান উপাদান জড়িত হৈ থাকে বুলি সঘনাই কয় । সেই উপাদানসমূহ চকৈ লিখা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2005 চনত আহিছিল )
18. ভাল স্মৃতিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2014 চনত আহিছিল )
19. আগ্ৰহৰ দুটা প্ৰকাৰৰ নাম লিখা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2000 , 2008 আৰু 2011 চনত আহিছিল )
20. মনোযোগক কিয় এক অনুসন্ধানমূলক প্ৰক্ৰিয়া বুলি বিবেচনা কৰা হয় ?
উত্তৰঃ
( এই প্ৰশ্নটো 2017 চনত আহিছিল )
21. ঐচ্ছিক মনোযোগৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2008 চনত আহিছিল )
22. মনোযোগ আৰু আগ্ৰহৰ মাজত থকা সম্পৰ্ক বাখ্যা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2014 চনত আহিছিল )
23. ঐচ্ছিক মনোযোগ মানে কি ?
উত্তৰঃ
( এই প্ৰশ্নটো 1999 চনত আহিছিল )
24. 'মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰ দুটা পিঠি' - কথাষাৰ বাখ্যা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2017 চনত আহিছিল )
25. ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগৰ পাৰ্থক্য দেখুওৱা ?
উত্তৰঃ
( এই প্ৰশ্নটো 2001 চনত আহিছিল )
26. মনোযোগৰ তিনিটা ভাগ উল্লেখ কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2011 চনত আহিছিল )
27. মনোযোগৰ বস্তুনিষ্ঠ কাৰণসমূহ কি কি ?
উত্তৰঃ
( এই প্ৰশ্নটো 2003 আৰু 2009 চনত আহিছিল )
28 . স্মৃতি ৰক্ষাৰ খণ্ড আৰু অখণ্ড পদ্ধতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ
( এই প্ৰশ্নটো 2010 চনত আহিছিল )
29. "স্মৃতিত সৃজনখীলতাত কোনো স্থান নাই" - বাখ্যা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
30. অভ্যাস স্মৃতি আৰু প্ৰকৃত স্মৃতিৰ পাৰ্থক্য দেখুওৱা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2004 চনত আহিছিল )
31. শিক্ষাৰ ক্ষেত্ৰত মনোযোগৰ গুৰুত্বৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2004 চনত আহিছিল )
32. "বিস্মৃতি এক আশীৰ্বাদ । " বাখ্যা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2014 চনত আহিছিল )
33. বিস্মৃতিৰ তিনিটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2001 , 2006 , 2008 আৰু 2010 চনত আহিছিল )
34. পুনৰাবৃত্তি "স্মৰণ কাৰ্যৰ এক আৱশ্যিক চৰ্ত্ত ' - বাখ্যা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2012 চনত আহিছিল )
35. স্মৃতিৰ প্ৰয়োগ কেনেকৈ ভালদৰে কৰিব পাৰি ? তিনিটা উপায় দিয়া ?
উত্তৰঃ
( এই প্ৰশ্নটো 2009 চনত আহিছিল )
36. সংবেদক স্মৃতিৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ
37. স্মতি প্ৰশিক্ষণ কি ?
উত্তৰঃ
38. অনুমিত মনোযোগৰ এটা উদাহৰণ দিয়া ।
উত্তৰঃ
39. মনোযোগৰ অস্থিৰতা কি ?
উত্তৰঃ
40. অতীত অভিজ্ঞতাক ধৰি ৰখাত সহায় কৰাত দুটা কাৰকৰ উল্লেখ কৰা ।
উত্তৰঃ
41. আগ্ৰহক কিয় গুপ্ত মনোযোগ বুলি কোৱা হয় বাখ্যা কৰা ।
উত্তৰঃ
42. বন্ধকৰণক কিয় বিস্মৃতিৰ এটা কাৰণ হিচাপে বিবেচনা কৰা হয় ?
উত্তৰঃ
43. স্মৃতি আৰু মনঃছবিৰ মাজৰ সম্পৰ্ক কি ?
উত্তৰঃ
44. আগ্ৰহ হ'ল মনোযোগৰ পূৰ্বচৰ্ত-বাখ্যা কৰা ।
উত্তৰঃ
45. অভীপ্সিত মনোযোগে ৰাপৰ সৃষ্টি কৰিব পাৰে - এটা উদাহৰণ দিয়া ।
উত্তৰঃ
46. ভ্ৰমাত্মৰ ধাৰণা কি ?
উত্তৰঃ
47. আগ্ৰহৰ দুটা বৈশিষ্টয উল্লেখ কৰা ।
উত্তৰঃ
48. ৰাপে ক্লান্তি ৰোধ কৰে-বাখ্যা কৰা ।
উত্তৰঃ
49. ঐচ্ছিক মনোযোগৰ চৰ্তসমূহ কি কি ?
উত্তৰঃ
50. স্বতঃস্ফুৰ্ত মনোযোগ কি ?
উত্তৰঃ
51. স্মৃতিৰ বিস্তৃতি কি ?
উত্তৰঃ
52. ভাব প্ৰকাশক মনোযোগৰ এটা উদাহৰণ দিয়া ।
উত্তৰঃ
53. স্মৃতি শক্তি বৃদ্ধি সম্পৰ্কত ষ্টাউটৰ মতামত কি ?
উত্তৰঃ
54. দীৰ্ঘম্যাদী স্মৃতি কি ?
উত্তৰঃ
55. মনোযোগ হ'ল এক বাছনিকৃত প্ৰক্ৰিয়া-আলোচনা কৰা ।
উত্তৰঃ
56. মনোযোগদ আৰু ৰাপ একেটা মুদ্ৰাৰে ইপিঠি - সিপিঠি - বাখ্যা কৰা ।
উত্তৰঃ
57. ৰুদ্ধকৰণ কি ?
উত্তৰঃ
58. মনোযোগৰ সৈতে ইতিবাচক আৰু নেতিবাচক দিশ জড়িত হৈ থাকে-বাখ্যা কৰা ।
উত্তৰঃ
59. ৰাতিতকৈ দিনৰ পাহৰাৰ হাৰ বেছিনে ?
উত্তৰঃ
60. ধাৰণাগত মনোযোগৰ তিনিটা উদাহৰণ দিয়া ।
উত্তৰঃ
61. একে সময়ত এটাতকৈ বেছি বিষয়ৰ ওপৰত মনোযোগ দিয়া কিয় সম্ভৱ নহয় ?
উত্তৰঃ
62. হোহঁকা-পিছলা মনোযওগ বুলিলে কি বুজা ?
উত্তৰঃ
63. মনোযোগৰ অস্থিৰতা কি ? উদাহৰণসহ বাখ্যআ কৰা ।
উত্তৰঃ
64. স্মৃতি প্ৰক্ৰিয়াত জড়িতত হৈ থকা বিভিন্ন স্তৰবোৰ কি কি ?
উত্তৰঃ
65. আগ্ৰহৰ দুটা পৰিপাৰ্শ্বিক কাৰক উল্লেখ কৰা ।
উত্তৰঃ
66. শিকাৰ ইচ্ছাই স্মৰণত সহায় কৰে-বাখ্যা কৰা ।
উত্তৰঃ
67. মুখস্থকৰণৰ দুটা অৰ্থনৈতিক পদ্ধতি বাখ্যা কৰা ।
উত্তৰঃ
68. জ্ঞানেন্দ্ৰিয়গত মনোযোগ কি ?
উত্তৰঃ
69. আগ্ৰহৰ উৎস কি ?
উত্তৰঃ
70. সংবেদক স্মৃতি কি ?
উত্তৰঃ
71. তুমি জ্ঞানেন্দ্ৰিয়গত মনোযোগ দিবলগীয়া এটা উদাহৰণ দিয়া ।
উত্তৰঃ
72. বৈসাদৃশ্যৰ নীতিয়ে শিকনত কিদৰে সহায় কৰে ?
উত্তৰঃ
73. সংযুক্তিমূলক স্মৃতিৰ ধাৰণাটো উদাহৰণসহ বাখ্যা কৰা ।
উত্তৰঃ
74. অস্থিৰ মনোযোগ বুলিলে তুমি কি বুজা-বাখ্যা কৰা ।
উত্তৰঃ
75. স্মৃতিত সৃজনশীলতাত কোনো স্থান নাই-বাখ্যা কৰা ।
উত্তৰঃ
76. ক্ষণস্থায়ী ৰূপ কি ?
উত্তৰঃ
77. মনোযোগৰ অনুপস্থিতিয়ে ৰাপৰ অনুপস্থিতিক ইংগিত দিয়ে-আলোচনা কৰা ।
উত্তৰঃ
78. তলত উল্লেখ কৰা বিষয়টোত মনস্তাত্বিক বাখ্যা আগবঢ়োৱা ।
উত্তৰঃ
79. নীতাই তাইৰ কিতাপৰ পৰা এটা কবিতা শিকিছে , দেবিতীয়টো কবিতা শিকাৰ পিছত তাই প্ৰথমটো কবিতা পাহৰি গ'ল প্ৰথমটো-কাৰণ দৰ্শোৱা।
উত্তৰঃ
80. ধাৰণাগত মনোযোগ কি ?
উত্তৰঃ
81. স্মৃতি কি ? স্মৃতিৰ এটা বিস্তাৰিত সূত্ৰ দিয়া ।
উত্তৰঃ
82. ইতিবাচক আৰু নেতিবাচক মনোযোগৰ দিশসমূহ উদাহৰণসহ বাখ্যা কৰা ।
উত্তৰঃ
83. মনোযোগ সদায় পৰিৱৰ্তনশীল-বাখ্যা কৰা ।
উত্তৰঃ
84. কিছুমান কথা মনত ৰাখিবলৈ নিবিচৰা বাবে আমি পাহৰো - বাখ্যা কৰা ।
উত্তৰঃ
85. দুটা প্ৰক্ৰিয়াৰ নাম লিখা । যাৰ জড়িয়তে আমি কোনো কথা মনত পেলাব পাৰো ।
উত্তৰঃ
86. সচেতনতাৰ ওপৰত আলোকপাত কৰা এটা প্ৰক্ৰিয়া হিচাপে মনোযোগৰ বাখ্যা আগবঢ়োৱা ।
উত্তৰঃ
87. ধৰণ কাৰ্যত সহায় কৰা তিনিটা কাৰক উল্লেখ কৰা ।
উত্তৰঃ
88. চিনাক্তকৰণে মনত পেলোৱাত সহজ কৰি দিয়ে - উদাহৰণসহ বাখ্যা কৰা ।
উত্তৰঃ
89. সংযুক্তকৰণৰ নীতিয়ে মুখস্থকৰণত কিদৰে সহায় কৰে বাখ্যা কৰা ।
উত্তৰঃ
90. অস্থাই ৰাপ কি ?
উত্তৰঃ
91. মনোযোগক কিয় মনৰ এটা বাছনিকৃত কাৰ্য হিচাপে বিবেচনা কৰা হয় ?
উত্তৰঃ
92. বাহীৰৰ তীব্ৰ কোলাহলেও আমনি কৰিব নোৱৰা এগৰাকী নিদ্ৰামগ্ন মাতৃয়ে তেওঁৰ ৰুগীয়া সন্তানটোক আনকি অনুচ্চ কান্দোনটোৰ প্ৰতিও মনোযোগদ দিয়ে - কাৰণটো কি ?
উত্তৰঃ
93. প্ৰতিৰক্ষা ব্যৱস্থা হিচাপে বিস্মৃতিয়ে আমাৰ মানসিক স্বাস্থ্যক সুৰক্ষা দিয়ে কিদৰে বাখ্যা কৰা ।
উত্তৰঃ
94. মনোযোগক কিয় অনুসন্ধানী পেৰক্ৰিয়া হিচাপে বিবেচনা কৰা হয় ?
উত্তৰঃ
95. মনোযোগ আন ফাললৈ নিয়া দুটা কাৰকৰ নাম লিখা ।বিস্মৃতি আমাৰ বাবে এটা অনুগ্ৰহ হিচাপে বিবেচিত হ'ব পাৰে - আলোচনা কৰা ।
উত্তৰঃ
96. ভাৈলদৰে মনত পেলাবলৈ আমি ডাঙৰ লেনদেনবোৰ পাহৰিবই লাগিব - বাখ্যা কৰা ।
উত্তৰঃ
97. বিশ্লেষাণাত্মক মনোযোগৰ প্ৰকৃতি উদাহৰণসহ বাখ্যা কৰা।
উত্তৰঃ
B. Essay Type Questions .
1. মনোযোগৰ বস্তুনিষ্ঠ চৰ্ত্তসমূহ আলোচনা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2013 চনত আহিছিল )
2. উত্তম স্মৃতিৰ চাৰিটা লক্ষণ চমুকৈ লিখা । স্মৃতিৰ উন্নতি আমি কৰিব পাৰোনে ?
উত্তৰঃ
( এই প্ৰশ্নটো 2003 আৰু 2011 চনত আহিছিল )
3. বিস্মৃতিৰ চাৰিটা মানসিক কাৰণ বৰ্ণনা কৰা ।
উত্তৰঃ
( এওই প্ৰশ্নটো 2018 চনত আহিছিল )
4. এজন শিক্ষকে ছাত্ৰৰ আগ্ৰহ সৃষ্টি কৰিবৰ বাবে ল'ব পৰা পাঁচটা উপায় উল্লেখ কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2006 চনত আহিছিল )
5. মনোযোগৰ সংজ্ঞা দিয়া । মনোযোগ আৰু আগ্ৰহৰ সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2000 চনত আহিছিল )
6. শ্ৰেণীকোঠাৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰৰ মনোযোগ কেনেকৈ বৃদ্ধি কৰিব পাৰে আলোচনা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
7. মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰে ইপিঠি - সিপিঠি । - আলোচনা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2002 চনত আহিছিল )
8. আগ্ৰহ কি ? আগ্ৰহৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ।
উত্তৰঃ
9. বিস্মৃতিৰ সংজ্ঞা দিয়া । বৃস্মিতিৰ ছয়টা কাৰণ লিখা । সেইসমূহ আঁথৰাবলৈ তোমাৰ পৰামৰ্শ আগবঢ়োৱা ।
উত্তৰঃ
( এই প্ৰশ্নটো 1999 চনত আহিছিল )
10. আগ্ৰহৰ ওপৰত প্ৰভাৱ পেলোৱা পাঁচটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2007 চনত আহিছিল )
11. স্মৃতিৰ সংজ্ঞা দিয়া । ভাল স্মৃতিৰ লক্ষণসমূহ কি কি ?
উত্তৰঃ
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
12. স্মৰণ প্ৰক্ৰিয়াটো বাখ্যা কৰা । ডাল স্মৃতিৰ চাৰিটা লক্ষণ চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
13. স্মৃতিৰ সংজ্ঞা দিয়া ? স্মৃতিৰ বিভিন্ন উপাদানসমূহ চমুকৈ লিখা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2000 চনত আহিছিল )
14. মনেযেগৰ যিকোনো পাঁচটা বাহ্যিক কাৰণ চমুকৈ উল্লেখ কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2004 আৰু 2006 চনত আহিছিল )
15. বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনোযোগৰ ধাৰণা উদাহৰণসহ বাখ্যা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
16. স্মৃতি কি ? স্মৃতিৰ উপাদানসমূহ চমুকৈ আলোচনা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
17. বিস্মৃতি কি ? বিস্মৃতিৰ চাৰিটা গুৰুত্বপূৰ্ণ কাৰণ আলোচনা কৰা ।
উত্তৰঃ
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
18. স্মৃতি প্ৰশিক্ষণৰ বিভিন্ন পদ্ধতিৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ
19. স্মৃতি কি ? ইয়াৰ ব্যৱস্থাটো বাখ্যা কৰা ।
উত্তৰঃ
20. আগ্ৰহ কি ই নিৰ্ভৰ কৰা উৎস / কাৰকসমূহ কি কি ?
উত্তৰঃ
21. মুখস্থকৰণৰ বিভিন্ন অৰ্থনৈতিক পদ্ধতিৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ
22. মনত পেলোৱা কি ? মনত পেলোৱাৰ সৈতে সম্পৰ্কিত কেইটামান মনস্তাত্বিক কাৰক বাখ্যা কৰা ।
উত্তৰঃ
23. ৰাপৰ বৈশিষ্ট্যবোৰ বাখ্যা কৰা ।
উত্তৰঃ
24. মনোযোগক বিভিন্ন ধৰণে শ্ৰেণীবিভক্ত কৰা আৰু প্ৰতিটো ধৰণকে উদাহৰণসহ বাখঅযা কৰা ।
উত্তৰঃ
25. আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় ৰূপ - আলোচনা কৰা ।
উত্তৰঃ
26. হস্তক্ষেপন শব্দটোৰ বাখ্যা কৰা । ই কিদৰে বিস্মৃতিক প্ৰভাৱিত কৰে ?
উত্তৰঃ
27.মনোযোগ কি ? ইয়াৰ নিৰ্ভাৰকবোৰ বাখ্যা কৰা ।
উত্তৰঃ
28. বিস্মৃতি কি ? ইয়াৰ বৈশিষ্ট্যবোৰ বাখ্যা কৰা ।
উত্তৰঃ
29. নিজকে এৰৰাকী স্কুল শিক্ষক হিচাপে ধৰি লৈ এটা শিশুৰ ভাল স্মৃতি বিকাশত তুমি কিদৰে সহায় কৰিবা ?
উত্তৰঃ
30. স্মৃতি কি ? স্মৃতিৰ কেইটামান সুত্ৰ দিয়া ।
উত্তৰঃ
31. বিভিন্ন প্ৰকাৰৰ ৰাপৰ বিষয়ে বাখ্যা কৰা ।
উত্তৰঃ
32. বিভিন্ন ধৰণৰ স্মতিৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ
33. স্মৃতিৰ সুত্ৰ দিয়া । স্মনতি অহাৰ বাবে প্ৰয়োজনীয় তিনিটা বিষয় কি ?
উত্তৰঃ
34. ছাত্ৰ - ছাত্ৰীৰ মাজত ৰাপ আৰু মনোযোগৰ বিকাশত শিক্ষকৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ
35. মনোযোগৰ বৈষয়িক চৰ্তসমূহ কি কি ? মনোযোগৰ কেইটামান গুৰুত্বপূৰ্ণ বৈষয়িক চৰ্তৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ
36. ভাল বা বেয়া স্মতি থাকিব পাৰেনে ? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা ।
উত্তৰঃ
37. আগ্ৰহ আৰু মনোযোগ কি ? শিক্ষণত সিহঁতৰ প্ৰয়োজন আৰু গুৰুত্ব আলোচনা কৰা ।
উত্তৰঃ
38. বিভিন্ন ধৰণৰ মনোযোগ কি কি ? উদাহৰণসহ বাখ্যা কৰা ।
উত্তৰঃ
Paid E-Notes Available
Only 50 Rupees (Get All Chapter Notes)