মানসিক স্বাস্থ্য আৰু আৰু স্বাস্থ্যবিজ্ঞান
Mental Health And Hygiene
A. Short Type Questions :
1. মানসিক স্বাস্থ্য বুলিলে কি বুজা আৰু ই শাৰীৰিক স্বাস্থ্যৰ সৈতে কিদৰে সম্পর্কিত ?
উত্তৰঃ
2. ছাত্ৰসকলৰ মাজত মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে ।
উত্তৰঃ
3. শিক্ষা আৰু মানসিক স্বাস্থ্য । বিধিৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ
4. মানশিক স্বাস্থ্যবিধিৰ পৰিসৰ ব্যাখ্যা কৰা ।
উত্তৰঃ
5. মানসিক স্বাস্থ্যৰ নিৰাময়ক কার্য কি ?
উত্তৰঃ
6. মানসিক স্বাস্থ্যবিধিৰ দুটা গুৰুত্বপূর্ণ কার্য লিখা ।
উত্তৰঃ
7. মানসিক স্বাস্থ্যৰ তিনিটা ক্রিয়া পর্যায় উল্লেখ কৰা ।
উত্তৰঃ
8. শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত শিক্ষকে বিদ্যালয়ত লব পৰা দুটা ভূমিকা লিখা ।
উত্তৰঃ
9. মানসিক স্বাস্থ্যবিজ্ঞানৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তৰঃ
10. “ মানসিক স্বাস্থ্য আমাৰ প্রয়ােজনীয়তাসমূহৰ উপযুক্ত পৰিতৃপ্তিৰ ওপৰত নিৰ্ভৰ কৰে ” —কথাষাৰ ব্যাখ্যা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
11. মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিৰােধমূলক কার্য কি ?
উত্তৰঃ
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
12. “ মানসিক স্বাস্থ্য এক আপেক্ষিক ধাৰণা । ” যুক্তি দিয়া "?
উত্তৰঃ
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
13. মানসিক স্বাস্থ্যৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
14. মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণাটো লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2014 চনত আহিছিল)
15. মানসিক স্বাস্থ্যৰ ধাৰণাটো লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2013 চনত আহিছিল)
16. মানসিক স্বাস্থ্যৰ সংজ্ঞা দিয়া ।
উত্তৰঃ
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
17. মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা গুৰুত্বপূর্ণ কাৰ্য্যৰ বিষয়ে লিখা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
18. মানসিক স্বাস্থ্য বিজ্ঞানৰ প্রতিবােধমূলক কার্যাৱলী সম্পর্কে আলােচনা কৰা ৷
উত্তৰঃ
(এই প্ৰশ্নটো 2013 চনত আহিছিল)
19. মানসিক স্থাস্থ্যৰদর্শোৱা ) সমস্যা ৰােধ কৰিবৰ বাবে বিদ্যালয়ে গ্রহণ কৰিব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2014 চনত আহিছিল)
20. মানসিক স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণমূলক কার্যাৱলী বুলিলে তুমি কি বুজা ?
উত্তৰঃ
(এই প্ৰশ্নটো 2014 চনত আহিছিল)
21. মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্যৰ মাজত থকা সম্পর্ক ব্যাখ্যা কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
22. শিক্ষা আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পর্ক দেখুৱাই দুটা দিশ উল্লেখ কৰা ।
উত্তৰঃ
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
23. মানসিক স্বাস্থ্যবিজ্ঞানৰ দুটা সংজ্ঞা দিয়া ।
উত্তৰঃ
24. অসুস্থতাৰ তিনিটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ
25. শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে অভিভাৱকে ল’ব লগা তিনিটা ব্যৱস্থা উল্লেখ কৰা ।
উত্তৰঃ
26. মানসিক স্বাস্থ্যৰ ধাৰণাটো লিখা ।
উত্তৰঃ
27. মানসিক স্বাস্থ্যৰ সংৰক্ষণমূলক কার্য কি ?
উত্তৰঃ
28. মানশিক স্বাস্থ্যবিধিৰ অর্থ ব্যাখ্যা কৰা ।
উত্তৰঃ
29. মানসিক স্বাস্থ্যবিধি কিয় গুৰুত্বপূৰ্ণ ?
উত্তৰঃ
30. মানসিক স্বাস্থ্য হ'ল । পৰিসমাপ্তি আৰু মানসিক স্বাস্থ্য বিধি হ’ল উপায় ’ ব্যাখ্যা কৰা ।
উত্তৰঃ
31. এগৰাকী শিক্ষকৰ ক্ষেত্ৰত কি ধৰণৰ আচৰণ প্রয়ােজনীয় ?
উত্তৰঃ
B. Essay Type Questions :
1. এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ চাৰিটা বৈশিষ্ট্য বর্ণনা কৰা । ) [HS '12]
উত্তৰঃ
2. মানসিক স্বাস্থ্য বুলিলে কি বুজা ? শিক্ষার্থী মানসিক স্বাস্থ্য ৰক্ষা কৰাত বিদ্যালয়ৰ ভূমিকা সম্পর্কে আলােচনা কৰা । ) [ HS '15 ]
উত্তৰঃ
3. শিশুৰ মানসিক স্বাস্থ্য সমস্যাবােৰ ৰােধ কৰিবৰ বাবে পৰিয়ালত গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহ উল্লেখ কৰা । ) [ HS '13 ]
উত্তৰঃ
4. এজন মানসিকভাৱে সুস্থ ব্যক্তিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । ) [ HS '14 ]
উত্তৰঃ
5. " এজন মানসিকভাৱে সুস্থ ব্যক্তিকো মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রয়ােজন হয় । ” কাৰণ দশোৱা । [ HS '16 ]
উত্তৰঃ
6. মানসিক স্বাস্থ্য বুলিলে কি বুজা ? এজন মানসিকভাবে স্বাস্থ্যৱান লােকৰ বৈশিষ্ট্য সমূহ কি কি ? - আলােচনা কৰা । ) [ HS’17 ]
উত্তৰঃ
7. মানসিক স্বাস্থ্যবিজ্ঞানৰ চাৰিটা গুৰুত্বপূৰ্ণ উদ্দেশ্য লিখা । ) [ HS '18 ]
উত্তৰঃ
1. মানসিক স্বাস্থ্যবিজ্ঞানৰ পাঁচটা কার্যাৱলী লিখা ।
উত্তৰঃ
2. মানসিক স্বাস্থ্যবিজ্ঞানৰ চাৰিটা লক্ষ্য উল্লেখ কৰা ।
উত্তৰঃ
3. মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ লিখা ।
উত্তৰঃ
4. মানসিক স্বাস্থ্যবিজ্ঞানৰ পাঁচটা গুৰুত্ব লিখা ।
উত্তৰঃ
5. মানসিকভাৱে স্বাস্থ্যবান ব্যক্তিৰ পাঁচটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
6. মানসিক স্বাস্থ্য বুলিলে তুমি কি বুজা ? ইয়াৰ বাবে প্রয়ােজন হােৱা গুণসমূহ কি কি ?
উত্তৰঃ
7. মানসিক অসুস্থতা বুলিলে কি বুজা ? ইয়াৰ পাঁচটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ
8. মানসিক স্বাস্থ্যবিজ্ঞানে আমাক কিদৰে সহায় কৰে ? বর্ণনা কৰা ।
উত্তৰঃ
9. শিশুৰ মানসিক স্বাস্থ্যৰক্ষাৰ বাবে অভিভাৱকে ল'ব লগা পাঁচটা ব্যৱস্থা লিখা ।
উত্তৰঃ
10. মানসিক স্বাস্থ্যৰ সংজ্ঞা দিয়া । মানসিক স্বাস্থ্যৰ চাৰিটা উদ্দেশ্য বর্ণনা কৰা ।
উত্তৰঃ
11. মানসিক অসুস্থতা বােধ কৰিবৰ বাবে বিদ্যালয়ে পালন কৰিব পৰা পাঁচটা ভূমিকা উল্লেখ কৰা ।
উত্তৰঃ
12. ঘৰত আমি কিদৰে মানসিক স্বাস্থ্যৰ উন্নতি সাধিব পাৰাে ?
উত্তৰঃ
13. মানসিক স্বাস্থ্য বিধিৰ কাৰ্যসমূহ কি কি ?
উত্তৰঃ
14. শিক্ষকসকলে তেওঁলােকৰ ছাত্ৰ - ছাত্ৰীৰ যথাযথ মানসিক স্বাস্থ্য বজাই ৰখাত কি ভূমিকা ল'ব পাৰে ?
উত্তৰঃ
15. মানসিক স্বাস্থ্যৰ কেইটামান সূত্র ব্যাখ্যা কৰা আৰু মানসিক স্বাস্থ্য বিধিৰ কাৰ্যসমূহ নির্ধাৰণ কৰিবলৈ চেষ্টা কৰা ৷
উত্তৰঃ
16. ক্ৰো এণ্ড ক্ৰোৱে ব্যাখ্যা কৰাৰ দৰে মানসিক স্বাস্থ্যৰ মূল উদ্দেশ্যসমূহৰ বিষয়ে বিবৰি লিখা ।
উত্তৰঃ
17. সুস্বাস্থ্যৰ জীৱন - নির্বাহৰ বাবে মানসিক স্বাস্থ্যবিধি কিয় গুৰুত্বপূর্ণ চমুকৈ ব্যাখ্যা কৰা । )
উত্তৰঃ
18. চমুটোকা লিখা :
( a ) Mental hygiene . ( মানসিক স্বাস্থ্যবিজ্ঞান )
উত্তৰঃ
( b ) Relation between mental health and hygiene . ( মানসিক স্বাস্থ্যৰ লগত সমাযােজনৰ সম্বন্ধ । )
উত্তৰঃ
( c ) Desirable qualities of a mentally healthy per son . ( প্রত্যাশিত মানসিক স্বাস্থ্যৰ প্ৰয়ােজনীয় গুণসমূহ । )
উত্তৰঃ
( d ) Mental hygiene ( মানসিক স্বাস্থ্য বিধি )
উত্তৰঃ
( e ) Mental health ( মানসিক স্বাস্থ্য )
উত্তৰঃ
( f ) Mental ill - health ( মানসিক ৰুগ্ন স্বাস্থ্য )
উত্তৰঃ
( g ) Mentally health Person ( মানসিকভাৱে স্বাস্থ্যবান ব্যক্তি )
উত্তৰঃ
Paid E-Notes Available
Only 50 Rupees (Get All Chapter Notes)