অঘৰীসকলৰ সাম্ৰাজ্য
NOMADIC EMPIRES
A.
Very Short Type Question :
1. চেঙ্গিজ খাৰ প্ৰকৃত নাম কি আছিল ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
2. মংগোল সাম্ৰাজ্যত কোনে ডাক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ?
(এই প্ৰশ্নটো 2019 চনত আহিছিল)
3.জেংঘিজ - খা কোন আছিল ?
4. faia মগােলসকলৰ প্রধান আৱাসস্থল ক’ত আছিল ?
5. চীনৰ য়ুৱান ৰাজবংশৰ কেতিয়া অৱলুপ্তি ঘটিছিল ?
6. পৃথিৱীৰ কোনটো অংশত যাযাবৰী ( অঘৰী ) সাম্রাজ্যই গঢ় লৈ উঠিছিল ?
7. আটিলা কোন আছিল ?
8." The Secret History of the Mongols ' নামৰ কিতাপখনৰ লিখক । কোন ?
9.মংগােলসকল কোন ?
10.কৃষিজীৱীসকলৰ প্রধান আবাসস্থল ক'ত আছিল ?
11.কোনে নিজকে ‘ মংগােলসকলৰ মহান শাসক বুলি ঘােষণা কৰিছিল ?
12.জেংঘিজ খাঁ কোন চনত ঢুকাইছিল ?
13.বার্বাৰিয়ান মানে কি ?
B. Short type questions :
1. নিশাপুৰ চেংগিজ খাঁই কেতিয়া দখল কৰিছিল ? তেওঁ নগৰখন ধ্বংস কৰিবলৈ কিয় আদেশ কৰিছিল ? ) [ H.S.'17 ]
2. যাযাবৰী ( Nomadic Empire ) সাম্রাজ্য কেনেদৰে গঢ় লৈ উঠিছিল লিখা ।
3.মংগােলসকলৰ আদি বাসস্থানৰ জলবায়ুৰ বিষয়ে লিখা ।
4. জেংগিজ খাৰ জীৱন সম্পর্কে এটা টোকা লিখা ।
5. জেংগিজ খাৰ ডাক ব্যৱস্থাৰ বিষয়ে লিখা ।
6. চীনৰ বৃহৎ প্রাচীৰ কিয় নির্মাণ কৰা হৈছিল ?
7. জেংগিজ খানে বুখাৰা অধিকাৰ কৰা সম্পৰ্কত জোৱেইনৰ টোকাটো চমুকৈ লিখা ।
8. মংগােল পৰিয়ালসমূহক একত্রিত কৰাত সহায় কৰা শক্তি / উপাদানসমূহ কি কি ?
9.জেংগিজ খাই নিছাপুৰনগৰখন কিয় ধ্বংস কৰিছিল ?
C. Essay type questions :
1.মংগােলসকলৰ ৰাজনৈতিক প্রেক্ষাপটৰ বিষয়ে লিখা ।
2.মংগােল সাম্রাজ্যৰ ৰাজনৈতিক গাঁথনিৰ বিষয়ে লিখা ।
3.পেৰুৰ ইনকাসকলৰ বিষয়ে অথবা আজটেক্সকলৰ বিষয়ে এটা চমু টোকা লিখা ।
4.সাম্রাজ্য প্রতিষ্ঠাৰ পিছত মংগােলসকলৰ সমাজ সংগঠন কেনেধৰণৰ আছিল ?
5.বিশ্ব বুৰঞ্জীত ‘ জেংগিজ খাঁ’ৰ স্থান নির্ণয় কৰা ।
6.মংগােলসকলৰ সামাজিক প্রেক্ষাপটৰ বিষয়ে লিখা ।
7.মংগােল সাম্রাজ্যৰ সামৰিক সংগঠনৰ বিষয়ে লিখা ।
8.চিংগিজ খাৰ ঘটনাবহুল জীৱন পৰিক্ৰমাৰ বৰ্ণনা দিয়া ।
9.জেংগিজ খাঁৰ পিছৰ মংগােলসকলৰ বিষয়ে লিখা ।
10.মংগােলসকলৰ বাবে বাণিজ্যৰ গুৰুত্ব কিয় বেছি আছিল ?
11.মংগােলসকলৰ আদি জীৱনৰ ওপৰত এটি টোকা লিখা ।