অঘৰীসকলৰ সাম্ৰাজ্য 

NOMADIC EMPIRES

A. 

Very Short Type Question :

1. চেঙ্গিজ খাৰ প্ৰকৃত নাম কি আছিল  ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

 2. মংগোল সাম্ৰাজ্যত কোনে ডাক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল  ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

3.জেংঘিজ - খা কোন আছিল ? 

4. faia মগােলসকলৰ প্রধান আৱাসস্থল ক’ত আছিল ? 

5. চীনৰ য়ুৱান ৰাজবংশৰ কেতিয়া অৱলুপ্তি ঘটিছিল ? 

6. পৃথিৱীৰ কোনটো অংশত যাযাবৰী ( অঘৰী ) সাম্রাজ্যই গঢ় লৈ উঠিছিল ? 

7. আটিলা কোন আছিল ? 

8." The Secret History of the Mongols ' নামৰ কিতাপখনৰ লিখক । কোন ? 

9.মংগােলসকল কোন ? 

10.কৃষিজীৱীসকলৰ প্রধান আবাসস্থল ক'ত আছিল ? 



11.কোনে নিজকে ‘ মংগােলসকলৰ মহান শাসক বুলি ঘােষণা কৰিছিল ? 

12.জেংঘিজ খাঁ কোন চনত ঢুকাইছিল ? 

13.বার্বাৰিয়ান মানে কি ? 

B. Short type questions : 


1. নিশাপুৰ চেংগিজ খাঁই কেতিয়া দখল কৰিছিল ? তেওঁ নগৰখন ধ্বংস কৰিবলৈ কিয় আদেশ কৰিছিল ? ) [ H.S.'17 ]

2. যাযাবৰী ( Nomadic Empire ) সাম্রাজ্য কেনেদৰে গঢ় লৈ উঠিছিল লিখা । 

3.মংগােলসকলৰ আদি বাসস্থানৰ জলবায়ুৰ বিষয়ে লিখা ।

4. জেংগিজ খাৰ জীৱন সম্পর্কে এটা টোকা লিখা । 

5. জেংগিজ খাৰ ডাক ব্যৱস্থাৰ বিষয়ে লিখা । 

6. চীনৰ বৃহৎ প্রাচীৰ কিয় নির্মাণ কৰা হৈছিল ? 

7. জেংগিজ খানে বুখাৰা অধিকাৰ কৰা সম্পৰ্কত জোৱেইনৰ টোকাটো চমুকৈ লিখা । 

8. মংগােল পৰিয়ালসমূহক একত্রিত কৰাত সহায় কৰা শক্তি / উপাদানসমূহ কি কি ? 

9.জেংগিজ খাই নিছাপুৰনগৰখন কিয় ধ্বংস কৰিছিল ?


C. Essay type questions : 


1.মংগােলসকলৰ ৰাজনৈতিক প্রেক্ষাপটৰ বিষয়ে লিখা । 

2.মংগােল সাম্রাজ্যৰ ৰাজনৈতিক গাঁথনিৰ বিষয়ে লিখা । 

3.পেৰুৰ ইনকাসকলৰ বিষয়ে অথবা আজটেক্সকলৰ বিষয়ে এটা চমু টোকা লিখা । 

4.সাম্রাজ্য প্রতিষ্ঠাৰ পিছত মংগােলসকলৰ সমাজ সংগঠন কেনেধৰণৰ আছিল ?

5.বিশ্ব বুৰঞ্জীত ‘ জেংগিজ খাঁ’ৰ স্থান নির্ণয় কৰা । 

6.মংগােলসকলৰ সামাজিক প্রেক্ষাপটৰ বিষয়ে লিখা । 

7.মংগােল সাম্রাজ্যৰ সামৰিক সংগঠনৰ বিষয়ে লিখা । 

8.চিংগিজ খাৰ ঘটনাবহুল জীৱন পৰিক্ৰমাৰ বৰ্ণনা দিয়া । 

9.জেংগিজ খাঁৰ পিছৰ মংগােলসকলৰ বিষয়ে  লিখা । 

10.মংগােলসকলৰ বাবে বাণিজ্যৰ গুৰুত্ব কিয় বেছি আছিল ?  

11.মংগােলসকলৰ আদি জীৱনৰ ওপৰত এটি টোকা লিখা ।