🐧 PATHS TO MODERNISATION  🐧

আধুনিকীকৰণৰ পথত  ✨

🤗


 🎃A. Very short type questions : 🎨

1. বর্তমানৰ টকিঅ ’ চহৰৰ প্রাচীন নাম কি আছিল ? 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

2. মেইজিসকল পুনৰ কেতিয়া শাসনলৈ উভটি আহে ? 

3. মাও চে টুং কোন ?

4. কোন চনত চীনা সাম্যবাদী দল গঠন কৰা হৈছিল ? 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

5. টকিও চহৰৰ প্রকৃত নামটো কি আছিল ? 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

6. মাও চে - টুঙৰ ঘনিষ্ঠ সহযােগী আছিল ।

(i) Dr Sun yat-sen - ডা . ছান ইয়াৎ - ছেন 

( ii ) Chiang Kai - shek ( চিয়াং কাই-চেক) 

( iii ) Yuan Shih - kai ( যুয়ান ছি কাই ) 

( iv ) Chou En - lai ( চৌ এন-লাই )

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

7. আধুনিক চীনৰ নির্মাতা বুলি কাক কোৱা হয় ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

8. নাইটো কোনান কোন ? 

9. বিশ্বৰ তৃতীয় দীর্ঘতম নদীখনৰ নাম কি ? 

10. কমােডৰ মেথিউ পেৰী কোন আছিল ?

11. আধুনিক বেংক ব্যৱস্থাৰ বিকাশ কেতিয়া হৈছিল ? 

12. আধুনিক চীনৰ জন্মদাতা বুলি কাক কোৱা হয় ?



👻 B. Short type questions : Mark : 🤡

1. ছান ইয়াৎ ছেন প্রধান বাণী তিনিটা কি কি আছিল ? 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

2. ১৯৪৯ চনত চীন দেশত প্রতিষ্ঠা হােৱা নতুন গণতন্ত্রৰ অৰ্থনীতিৰ দুটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা । 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

3. Long March দীর্ঘযাত্রা কি আছিল ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

4. ২ য় বিশ্বযুদ্ধৰ পিছত জাপান কেনেদৰে বিশ্বৰ অন্যতম অর্থনৈতিক শক্তি হ’ল লিখা ।

5. চীন আৰু জাপানে গ্ৰহণ কৰা আধুনিকতাৰ পথ দুটা চমুকৈ বর্ণনা কৰা । 

6. মাও - চে টুং কোন ? আধুনিক চীনৰ নির্মাতারূপে তেওঁক বিচাৰ কৰা ।

7. উনবিংশ শতিকাৰ চীনৰ পৰিৱৰ্তনৰ বিষয়ে লিখা ।

8. জাপান প্ৰধানকৈ চাৰিটা দ্বীপৰ সমষ্টি । সিহঁতৰ নাম কি ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

9. চিয়াং কাই - চেক কোন আছিল ? তেওঁ মহিলাসকলৰ বিষয়ে কি কৈছিল ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

10. চীনৰ গুঅমিং পার্টীৰ মতে চাৰিটা প্রধান প্রয়ােজন কি কি আছিল ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

11. মেইজি শাসনৰ আগৰ জাপানৰ ৰাজনৈতিক পৰিৱেশ বর্ণনা কৰা ।

12. জাপানৰ আক্রমণাত্মক জাতীয়তাবাদ মানে কি ? 

13. বিংশ শতিকাৰ আৰম্ভণিতে জাপানৰ দৈনন্দিন জীৱন যাত্ৰাৰ বিষয়ে লিখা ।

14. জাপানৰ কোন দুখন নগৰত আমেৰিকাই পৰমাণু বােমা নিক্ষেপ কৰিছিল ? 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

15. ‘ চামুৰাই সকল কোন আছিল ? জাপানৰ প্ৰশাসনত তেওঁলােকৰ ভূমিকা কি আছিল ? 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

16. মেইজি শাসনৰ কালত হােৱা জাপানৰ উন্নতি বর্ণনা কৰা ।

17. জাপানৰ উদ্যোগিক বিকাশৰ বৰ্ণনা দিয়া । 

18. জাপানত থলুৱাআৰু পশ্চিমীয়া সংস্কৃতিৰ সমন্বয়ৰ বিষয়ে বর্ণনা কৰা ।

19. চান - ইয়াৎ - চেনৰ তিনিটা নীতি ’ কি আছিল ?

20. আধুনিক চীনৰ নির্মাতারূপে চান ইয়াৎ - চেনক বিচাৰ কৰা । 

21. ১৯৭৮ চনৰ সংস্কাৰ বুলিলে কি বুজা লিখা ।


👁 C. Essay type questions :  🦧


1. 1949 চনৰ চীনদেশৰ কমিউনিষ্ট বিপ্লৱৰ সফলতাৰ কাৰণসমূহ এ আলােচনা কৰা । 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

2. দ্রুত উদ্যোগীকৰণৰ বাবে জাপান আৰু ইয়াৰ ওচৰ চুবুৰীয়া দেশসমূহৰ মাজত যুদ্ধ হােৱাৰ উপৰিও পৰিৱেশ নষ্ট হৈছিলনে ? তােমাৰ মতামতসহ লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

3. জাপানীসকলৰ দৈনন্দিন জীৱনক আধুনিকীকৰণে কেনেদৰে প্ৰভাৱান্বিত কৰিছিল , | আলােচনা কৰা ।

4. ছান য়েৎ - চেন কোন আছিল ? তেওঁৰ তিনিটা নীতি কি আছিল ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

5. চান য়েট - চেন কোন আছিল ? তেওঁৰ ত্রিসূত্র । | কি আছিল ? 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

6. চীনৰ নৱগণতান্ত্রিক চৰকাৰে আৰম্ভ কৰা সাংস্কৃতিক মহাবিপ্লৱৰ কাৰণ আৰু ফলাফলবােৰ ব্যাখ্যা কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

7. মেইজি পুনৰ উত্থানৰ | | 1 পূর্বৰ কি কি প্রধান ঘটনাৰ বাবে ক্ষিপ্রগতিত জাপানৰ আধুনিকীকৰণ সম্ভৱ হৈছিল ? 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

8. জাপানত মেইজিসকলৰ পুনৰুত্থানৰ বিষয়ে এটি টোকা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

9. মাও জেডঙ আৰু চীনৰ । কমিউনিষ্ট দলে চীনক স্বাধীনতা দিয়াৰ লগতে বৰ্তমানৰ সফলতাসমূহৰ বাবে ভেটি স্থাপন কৰিছিল বুলি তুমি । ভাবানে ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

10. মেইজি শাসন পুনঃপ্রতিষ্ঠা ’ বুলিলে কি বুজা ? এই ঘটনাৰ পিছত জাপানত কি সংস্কাৰসাধন কৰা । হৈছিল ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

11. দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ ভূমিকাৰ বিষয়ে বর্ণনা কৰা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

12. উনৈশ শতিকাৰ আফিং যুদ্ধ কি ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

13. চীন দেশত নতুন গণতন্ত্র প্রতিষ্ঠাৰ কাৰণ আৰু তাৎপর্য বর্ণনা 

কৰা ৷ 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)