A. Very Short Type Question .


1. মিলকিয়াত কি আছিল ?

( এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল )

উত্তৰ ঃ

2. জিনচ্ ই কামিল মানে কি ? 

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰ ঃ

3. পৰগণা কি ?

উত্তৰ ঃ

4. জাতি পঞ্চায়ত কি আছিল ?

উত্তৰ ঃ

5. কাৰবন্দী বুলিলে কি বুজা ?

উত্তৰ ঃ

6. আইন - ই আকবৰী কোনে লিখিছইল ?

উত্তৰ ঃ

7. খুদ - কাষ্টৰ সংঞ্জা দিয়া ?

উত্তৰ ঃ

8. আমিল গুজাৰৰ প্ৰাথমিক দায়িত্ব কি আছিল ?

উত্তৰ ঃ

9. পেচকচ কি ?

উত্তৰ ঃ

10. আকবৰ নামা'ৰ লিখক কোন ?

উত্তৰ ঃ

11. মুজাৰিয়ান মানে কি ?

উত্তৰ ঃ

12. মোকদ্দম বুলিলে কি বুজা ?

উত্তৰ ঃ

13. ষোল্ল আৰু সোতৰ শতিকাত ভাৰতৰ কিমান শতাংশ মানুহে গাঁৱত বাস কৰিছইল ?

উত্তৰ ঃ

14. জিনচ - ই কামিলৰ অৰ্থ কতি ?

উত্তৰ ঃ

15. পাহি কাষ্টৰ সংঞ্জা দিয়া ।

উত্তৰ ঃ

16. মোগল যুগত জাংলী শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছিল ?

উত্তৰ ঃ

17. পেচকচ কি ?

উত্তৰ ঃ


B. Short Type Question .


1. কৃষিজীৱি সমাজত মহিলাই আগবঢ়োৱা দুটা বৰঙণি ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰ ঃ

2. মধ্য়য়ুগীয় ভাৰতত কৃষি উতপাদন বৃদ্ধিৰ বাবে কি কি প্ৰযুক্তি ব্যৱহাৰ কৰিছইল ?

( এই প্ৰশ্নটো 2015 আৰু 2017 চনত আহিছিল )

উত্তৰ ঃ

3. মিলকিয়াত কি ?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰ ঃ

4. খোদ - কাস্তা আৰু পাহি - কাস্তা কষক বুলি কাক কোৱা হেছিল ?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ

5. আকবৰৰ দিনত কৰা মাটিৰ চাৰিটা ভাগ কি কি ?

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰ ঃ

6. মোগল যুগৰ কৃষিত পানী যোগানৰ বিষয়ে লিখা ।

উত্তৰ ঃ

7. মোগল যুগত কৃষি ভূমিক কি ভাগত ভাগ কৰা হৈছিল ?

উত্তৰ ঃ

8. মোগল যুগৰ বিষয়ে জানিবলৈ কি কি উৎসৰ সহায় লব লাগে ?

উত্তৰ ঃ

9. আইন - ই -আকবৰী পুঠিখন অনুবাদ কৰা ইংৰাজ অনুবাদক দুজনৰ নাম লিখা । তেওঁলোকে অনুবাদৰ কাম কেতিয়া সম্পূৰ্ণ কৰিছিল ?

উত্তৰ ঃ

10. মোগল যুগৰ জাতি বিভাজনৰ বিষয়ে লিখা ।

উত্তৰ ঃ

11. মোগল সাম্ৰাজ্যলৈ ক'ৰ ক'ৰ পৰা ৰূপ অনা হৈছিল ?

উত্তৰঃ

12. মোগল যুগৰ খেতিয়কসকলক কি কি ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ

13. মিল্কিয়াট মানে কি বুজা ?

উত্তৰঃ

14. আমিন কাক কোৱা হৈছিল ?

উত্তৰঃ

15. মোগল যুগৰ পঞ্চায়তৰ বিষয়ে চমূকৈ লিখা ।

উত্তৰঃ

16. বাদচাহনামা পুথিখন এতিয়া ক'ত সংৰক্ষিত আছে ? অযোধ্য়াৰ নবাবে কাক এইখন উপহাৰ হিচাবে দিছইল ?

উত্তৰ ঃ

17. মনচবদাৰী ব্যৱস্থাৰ বিষয়ে চমূকৈ লিখা ।

উত্তৰ ঃ

18. মোগল যুগত কি কি শস্যৰ খেতি কৰা হৈছিল ?

উত্তৰ ঃ


Essay Type Question .


1. মোগল যুগৰ জলসিঞ্চন পদ্ধতিৰ বিষয়ে এটি চমূ টোকা লিখা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰ ঃ

2. মোগলৰ প্ৰাদেশিক প্ৰশাসনৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা ।

( এই প্ৰস্নটো 2012 চনত আহিছিল )

উত্তৰ ঃ

3. মধ্য যুগত কৃষি উৎপাদনত মহিলাৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰা ।

( এই প্ৰশ্নটো 2012 আৰু 2016 চনত আহিছিল )

উত্তৰ ঃ

4. সম্ৰাট আকবৰৰ কালছোৱাত কেনেদৰে শ্ৰেণীবিভাগ কৰা হৈছিল ? মাটিৰ ওপৰত কৰ কেনেদৰে নিৰ্ধাৰণ কৰা হৈছিল ?

( এই প্ৰস্নটো 2013 আৰু 2018 চনত আহিছিল )

উত্তৰ ঃ

5. মোগল অৰ্থনীতিত ভূমি ৰাজহৰ ভূমিকা লিখা ।

উত্তৰ ঃ

6. মোগল ৰাজহ প্ৰথাত মাটিৰ খাজনা গুৰুত্বপূৰ্ণ আছিল বৰ্ণনা কৰা ।

উত্তৰ ঃ

7. মোগল যুগৰ জমিদাৰসকলৰ বিষয়ে লিখা ।

উত্তৰ ঃ

8. কৃষি ক্ষেত্ৰত মহিলাৰ ভূমিকাৰ বিষয়ে লিখা ।

উত্তৰ ঃ

9. কেনেদৰে কিছুমান জমিদাৰে তেওঁলোকৰ জমিদাৰী ধ্বংস নহবলৈ বাধা প্ৰদান কৰিছইল ?

উত্তৰ ঃ

10. মোগল যুগৰ সমাজখনৰ বিষয়ে বৰ্ণনা কঁৰা ।

উত্তৰ ঃ

11. মোগল যুগৰ সমল হিচাপে আইন - আকবৰীৰ দুৰ্বলতাবোৰ বাখ্যা কৰা ।

উত্তৰ ঃ

12. মোগল যুগৰ পঞ্চায়তৰ বিষয়ে বৰ্ণনা কৰা ।

উত্তৰ ঃ

13. মোগল সাম্ৰাজ্যৰ আৰ্থ - সামাজিক অৱস্থাৰ বিষয়ে লিঁখা ।

উত্তৰ ঃ

14. কৃষক সমাজ পুনৰ নিৰ্মাণৰ ইতিহাস ৰচনা কৰাত আইন পুথিখনক সমল হিচাপে পৰীক্ষা কৰা । বুপঞ্জীবিদ সকলে ইয়াৰ সীমাবদ্ধতা কেনেদৰে সমাধান কৰিছিল ?

উত্তৰ ঃ

15. মোগল যুগৰ অৰণ্যবাসীৰ জীৱন বৰ্ণনা কৰা ।

উত্তৰ ঃ

16. মোগল যুগৰ ভূমি ৰাজহ পদ্ধতিৰ বিষয়ে লিঁকা ।

উত্তৰ ঃ

17. মোগল যুগৰ আৰ্থিক বিকাশত মহিলাৰ ভূমিকা বৰ্ণনা কৰা ।

উত্তৰ ঃ